Smugglers Arrested With Smuggled Gold In Golokganj:গোলকগঞ্জত চোৰাং সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক

gold paddlar arrested 1

Smugglers Arrested With Smuggled Gold In Golokganj:

গোলকগঞ্জত বুজন পৰিমাণৰ চোৰাং সোণসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী ৷

বিশেষ সূত্ৰৰ পমখেদি গোলকগঞ্জ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই আইনাল হক নামৰ যুৱকজনৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৮০ তোলা সোণৰ বিস্কুটজব্দকৃত সোণ খিনিৰ মূল্য প্ৰায় ৫৬ লাখ টকা।

ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা কৰিছে সোণ সৰবৰাহকাৰীজনক ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোকডাঙাত ৷

Exit mobile version