Leopard On The Premises Of Sivasagar Commerce College:শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ চৌহদত নাহৰফুটুকীৰ মুক্ত বিচৰণ

চিচিটিভি কেমেৰাত বন্দী বনৰজাৰ গম্ভীৰ খোজেৰে কলেজ চৌহদত প্ৰৱেশৰ দৃশ্য, ত্ৰস্তমান ৰাইজ

leoped

Leopard On The Premises Of Sivasagar Commerce College:

শিৱসাগৰ নগৰত বনৰজাৰ মুক্ত বিচৰণ ৷ নগৰ খনৰ মাজমজিয়াত থকা শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ চৌহদত দিনদুপৰতে নাহৰফুটুকীৰ উপস্থিতিয়ে ত্ৰস্তমান কৰি তুলিছে শিক্ষাৰ্থী সহ অধ্যাপক- অধ্যাপিকাৰ ৷

একেদৰে ভয়াত্ হৈ পৰিছে নগৰবাসী ৷ নাহৰফুটুকীৰ বাণিজ্যিক মহাবিদ্যালয়ৰ চৌহদত পাইচাৰি কৰি থকা দৃশ্য বন্দী হৈছে কলেজত সংস্থাপিত চিচিটিভিৰ কেমেৰাত ৷

ইতিমধ্যে কলেজ কতৃৰ্পক্ষই বনৰজাৰ উপস্থিতিৰ সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে ৷

Exit mobile version