Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Isreal-Hamas War Update:হামাছ-ইজৰাইলৰ চুক্তি ৰূপায়ণত বিলম্ব

১৩ পণবন্দীক মুকলি কৰি দিয়া হয় , গাজা মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱালে হামাছে:ইজৰাইলী সেনাৰ ঘোষণা

samimsultana by samimsultana
November 24, 2023
in News, International
Reading Time: 2 mins read
0
Isreal-Hamas War Update:হামাছ-ইজৰাইলৰ চুক্তি ৰূপায়ণত বিলম্ব
1
SHARES
5
VIEWS
ShareShareShareShare

Isreal-Hamas War Update:

ইজৰাইল-হামাছৰ মাজত যুদ্ধবিৰতিৰ বাবে বৃহস্পতিবাৰে চুক্তি সম্পন্ন হয় যদিও ইয়াৰ ৰূপায়ণত বিলম্ব হৈছে। পুৱাৰে পৰা চুক্তিৰ দফা অনুসৰি উভয় পক্ষই বন্দী মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল যদিও সেয়া সম্ভব নহ’ল। শেষ মুহূর্তত দেখা দিয়া কেতবোৰ জটিলতাৰ বাবে এই পর্যন্ত চুক্তি ৰূপায়ণ কৰা হোৱা নাই।

ADVERTISEMENT

শেহতীয়া তথ্য অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰাহে যুদ্ধত সাময়িক বিৰতি পৰিব। যুদ্ধবিৰতি চুক্তিৰ মধ্যস্থতাকাৰী দেশ কাটাৰে জনোৱা মতে, শুকুৰবাৰে মাজনিশাৰ পৰা ৰূপায়ণ হ’ব এই চুক্তি। প্রথম পর্যায়ত ১৩ জন পণবন্দীক ইজৰাইলক হস্তান্তৰ কৰা হ’ব। এই চুক্তি ৰূপায়ণত পলম হৈছে যদিও মার্কিন যুক্তৰাষ্ট্ৰই দাবী হামাছ-ইজৰাইলৰ চুক্তি এক পৃষ্ঠাৰ পৰা কৰা মতে, চুক্তিৰ সন্মতি অটুট আছে।

RelatedPosts

Ceasefire Agreement Between NSCN(K)Nikki Sumi Group And Central Government:এন এছ চিএন (কে)নিক্কি চুমী গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি পুনৰ এবছৰলৈ বৃদ্ধি

তদুপৰি শুকুৰবাৰৰ পৰা চুক্তি ৰূপায়ণ আৰম্ভ হ’ব। ইপিনে, চুক্তি চর্চা চলি থকাৰ মাজতে গাজা ভূখণ্ডত ইজৰাইলী বিমান আক্রমণ আৰু স্থল বাহিনীৰ আক্ৰমণ অব্যাহত আছে।

চুক্তিৰ মধ্যস্থতাকাৰী দেশ কাটাৰৰ বৈদেশিক মন্ত্রণালয়ে আজি এক বিবৃতিত কয় যে শুক্ৰবাৰে পুৱা সাত বজাৰ পৰা আৰম্ভ হ’ব চুক্তি ৰূপায়ণ। তদুপৰি কয় যে প্রথম পর্যায়ত মহিলা আৰু শিশুকে ধৰি ১৩ পণবন্দীক বিয়লি চাৰি বজাত কাইলৈ মুকলি কৰি দিয়া হ’ব।

কাটাৰে কয় যে ইজৰাইলৰ হামাছে কোন পক্ষৰ কাক মুকলি কৰি দিব লাগিব সেই তালিকা লাভ কৰিছে। এগৰাকী পেলেষ্টাইনী বিষয়াই জনোৱা মতে, শেষ মুহূৰ্তত কিছুমান বিতং তথ্য সৰবৰাহৰ জটিলতাৰ বাবে চুক্তি ৰূপায়ণ আজি সম্ভৱ নহ’ল। এই তথ্য হৈছে কিহৰ ভিত্তিত আৰু কিদৰে পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব।

উত্তৰ গাজাত নিয়ন্ত্ৰণ হেৰুৱাইছে হামাছে: হামাছে উত্তৰ গাজাত নিয়ন্ত্রণ হেৰুৱাইছে। আজি ইজৰাইলী বাহিনীয়ে এই দাবী কৰে। ইজৰাইল আৰু হামাছৰ মাজত সম্পন্ন হয় যুদ্ধবিৰতি চুক্তি।

এই চুক্তি ৰূপায়ণত বিলম্ব হোৱাৰ পৰিস্থিতিত আজি ইজৰাইলৰ সেনাবাহিনীয়ে গাজা মহানগৰীৰ বাসিন্দাসকলক সেই স্থান পৰিত্যাগ কৰি মানবীয় মণ্ডলৰূপে অঞ্চললৈ যাবলৈ কয়।

তদুপৰি কয় যে পেলেষ্টাইন সশস্ত্র গোষ্ঠী হামাছে গাজাবাসীক দক্ষিণলৈ যোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যম এক্সত এইদৰে লিখিছে, ‘গাজা মহানগৰীৰ উত্তৰ গাজাৰ নিবাসীসকল বিশেষকৈ প্রাচীন মহানগৰী জাবালিয়া আৰু ছুজাৰিয়া অঞ্চলৰ বাসিন্দাসকলক আমি আপোনালোকৰ আৱাসিক অঞ্চলসমূহ ততালিকে খালী কৰি দিবলৈ আহ্বান জনাও যাতে বিয়লি চাৰি বজালৈ ছালাহ অল-ডীন পথত আপোনালোকৰ সুৰক্ষা নিশ্চিত হৈ থাকে আৰু আপোনালোকে উৱাৰিগাজাৰ দক্ষিণত আৰু মানৱীয় মণ্ডলসমূহত উপস্থিত হ’ব পাৰে।

ইজৰাইলী বাহিনীয়ে জনোৱা মতে, পুৱা ১০ বজাৰ বিয়লি দুই বজালৈ অল ছালাম আৰু অল মনাৰাত স্থানীয়ভাবে সামৰিক কার্যকলাপ বন্ধ ৰখা হ’ব।

ইজৰাইলী বাহিনীয়ে কয়, ‘হামাছে উত্তৰ গাজাত নিয়ন্ত্রণ হেৰুৱাইছে আৰু আপোনালোকক সুৰক্ষিতভাৱে দক্ষিণলৈ যোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা কৰিছে। ইজৰাইলী বাহিনীয়ে লগতে এটা হেল্প লাইনৰ নম্বৰ মুকলি কৰে য’ত পথত বাধা পালে এই বিষয়ে জনাব পাৰিব।

হামাছে চুক্তি অনুসৰি ৫০ জন পণবন্দীক মুকলি কৰি দিব। ইয়াৰ পৰিৱৰ্তে ইজৰাইলে ডেৰশগৰাকী পেলেষ্টাইনী কাৰাবন্দী মুকলি কৰি দিব। চাৰিদিনীয়া হ’ব যুদ্ধবিৰতিৰ ম্যাদ।

অৱশ্যে আশা কৰা মতে আজি পালন কৰা নহ’ল যুদ্ধবিৰতি চুক্তিৰ দফাসমূহ। ইজৰাইলে চুক্তি ৰূপায়ণত পলম হোৱাৰ ইংগিত দিছে। মনকৰিবলগীয়া যে প্রায় সাত সপ্তাহৰ যুদ্ধৰ পাছত চুক্তি সম্পন্ন কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ceasefire AgreementIsreal-Hamas War Update
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d