Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়া

এয়াৰপৰ্টত খেলুৱৈগৰাকীৰ ভিছা আৰু পাছপৰ্ট কাঢ়ি লয় এজন নাইজেৰিয়ানে, পণবন্দী কৰি মুক্তিপণ দাবী অপহৰণকাৰীৰ, খেলুৱৈ গৰাকীৰ স্বামীয়ে গুৱাহাটীত মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান

publisher by publisher
November 15, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়া
49
SHARES
487
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

Fir Filed :বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছ সহ বিৰোধী ঐক্যৰ

Dispur Thana:মহানগৰীৰ দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়ালৈ ডিজিপিৰ প্রশস্তিমূলক স্বর্ণ আৰু ৰূপৰ পদক

Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:

নাইজেৰিয়াত পণবন্দী অসমৰ এগৰাকী মহিলা বক্সাৰ । গুৱাহাটীৰ বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াক সুদুৰ নাইজেৰিয়াত অপহৰণকাৰীয়ে অপহৰণ কৰি গুৱাহাটীৰ পৰিয়ালক মুক্তিপণ দাবী ৷

ADVERTISEMENT

উল্লেখ্য যে,খেলুৱৈ গৰাকী বেংগালুৰুৰ পৰা পৰা নাইজেৰিয়াৰ ৰাজধানী আবুৰ্জা বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতে এজন নাইজেৰিয়ান লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা কাঢ়ি লৈ প্ৰথমে এখন হোটেললৈ নি পাছত হোটেল খনৰ পৰা তিনি কিলোমিটাৰ দূৰৰ এটা ঘৰত পণবন্দী কৰি ৰাখিছে অপহৰণকাৰীয়ে ৷

শেহতীয়াকৈ অপহৰণকাৰীয়ে মুক্তিপণৰ বাবে খেলুৱৈগৰাকীৰ গুৱাহাটীস্থ বাসগৃহৰ পৰিয়ালক ব্লেকমেইল কৰি আছে। এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে খেলুৱৈ গৰাকীৰ স্বামীয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি, ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ বক্সাৰ খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়া ফুৰিবলৈ গৈছিল। নাইজেৰিয়াৰ আবুৰ্জা বিমান বন্দৰত পূৰ্বতে তেওঁৰ স’তে পৰিচিত থকা কিং নামৰ নাইজেৰিয়ান লোকজনে কোনো কথাৰ অৱতাৰণা নকৰাকৈ বৰ্ণালীৰ  পাছপৰ্ট আৰু ভিছা কাঢ়ি লয় ৷ ইয়াৰ পূৰ্বে ভাৰতীয় টকা পাঁচলাখ ডলাৰলৈ পৰিৱৰ্তিত কৰাৰ নামত কাঢ়ি লয় ৷ তাৰ পিছৰে পৰা নাইজেৰিয়াত আবদ্ধ কৰি ৰখা হৈছে খেলুৱৈ গৰাকীক ৷

উল্লেখ্য যে,গুৱাহাটীৰ নিৱাসী বৰ্ণালী বৰুৱা শইকীয়াৰ স’তে যোৱা কিছুদিন ধৰি যোগাযোগ অব্যাহত আছিল পৰিয়ালৰ লগত ৷ কিন্ত দেওবাৰৰ পৰা কোনো যোগাযোগ নাই বক্সাৰ খেলুৱৈ গৰাকীৰ ৷ আনহাতে কিং নামৰ লোকজনে খেলুৱৈগৰাকীৰ মুক্তিপণৰ বাবে তেওঁৰ পৰিয়ালক ব্লেকমেইল কৰাৰ পিছতেই পৰিয়ালৰ লোকে বৰ্ণালীক উদ্ধাৰৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে।

ইতিপূৰ্বে বৰ্ণালী বৰুৱা শইকীয়াৰ স্বামীয়ে দিছপুৰ থানাত দাখিল কৰে এখন এজাহাৰ ৷
মনকৰিবলগীয়া যে,বক্সাৰ খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়াৰ স্বামীয়ে গুৱাহাটীত সাংবাদিকৰ আগত সদৰি কৰা মতে, কিং নামৰ যিজন নাইজেৰিয়ানে সম্প্ৰতি বনালীক পণবন্দী কৰি ৰাখিছে তেওঁ পৰিয়ালৰ পূৰ্বৰ চিনাকি ৷ আনকি দুবছৰ পূৰ্বে কিং গুৱাহাটীলৈ আহি বনাৰ্লীৰ পৰিয়ালৰ আতিথ্য গ্ৰহণ কৰিছিল ৷

শেহতীয়াকৈ পূৰ্বৰে পৰা চিনাকি থকা বৰ্ণালী বৰুৱা শইকীয়াক নাইজেৰিয়াত অকলে পাই ধনৰ লালসাত কিঙে পণবন্দী কৰি ৰখাক লৈ চিন্তাম্বিত হৈ পৰিছে বনালীৰ পৰিয়াল ৷

ইজনে সিজনক চিনাকী হোৱাৰ পাছতো কিঙে বনালীক ধন আহৰণৰ বাবে পণবন্দী কৰিছেনে ,নে ইয়াৰ আৰঁত আন কিবা ৰহস্য জড়িত হৈ আছে ৷

অৱশ্যে এই সকলো বিষয় দিছপুৰ আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰিলেহে সকলো তথ্য পোহৰলৈ আহিব ৷

আনহাতে সুদুৰ আফ্ৰিকান দেশখনত পণবন্দী হৈ থকা বক্সাৰ গৰাকীৰ উদ্ধাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো কামনা কৰিছে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam women's boxer Barnali Baruah SaikiaDISPUR POLICE STATIONExtortion By BlackmailFamily Files FirHostagenigeria
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d