IED Recover In Bhalukpung:ভালুকপঙত হস্তনিৰ্মিত তিনিটা আইইডি উদ্ধাৰ

অনন্ত বৰা নামৰ এজন লোকক আটক

ied 2

IED Recover In Bhalukpung:

শোণিতপুৰ জিলাৰ ভালুকপুঙত উদ্ধাৰ তিনিটাকৈ হস্তনিৰ্মিত আইইডি ৷ ভালুকপুং বজাৰৰ সমীপতে তিনিটাকৈ হস্তনিৰ্মিত আইইডি উদ্ধাৰক লৈ ইতিমধ্যে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

আৰক্ষীয়ে অনন্ত বৰা নামৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰে আইইডি ৷ আৰক্ষীৰ জেৰাত আটকাধীন লোকজনে সদৰি কৰা মতে আই ই ডি বোমা কেইটা তেওঁ নিজে নিৰ্মাণ কৰিছে ৷

ধৃত লোকজনে কাৰ বাবে আৰু কিয় আই ই ডি কেইটা নিজহাতে নিৰ্মাণ কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত

Exit mobile version