Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Five Thousand New EVM Machines For Assam:অসমৰ পুনৰ নির্ধাৰিত সমষ্টিৰ বাবে পাঁচ হেজাৰ নতুন ই ভি এম

publisher by publisher
November 30, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !
1
SHARES
6
VIEWS
ShareShareShareShare

Five Thousand New EVM Machines For Assam:

লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে আৰম্ভ কৰা তৎপৰতাৰ সমান্তৰালকৈ এই পৰিৱেশক গতি দিছে নির্বাচন আয়োগেও ।

ADVERTISEMENT

নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ দেশজুৰি প্রস্তুতি অব্যাহত ৰখা আয়োগৰ বাবে অসমৰ পৰিৱেশ এইবাৰ অন্য ৰাজ্যতকৈ সুকীয়া। কাৰণ অসমত সমষ্টিৰ নতুন সীমাৰে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। পুনৰ নিৰ্ধাৰণৰ ফলত অসমৰ প্ৰতিটো সমষ্টিৰ সৰ্বস্তবত এইবাৰ ব্যাপক সাল-সলনি ঘটিছে।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ECI:ৰেডিশ্ব’ন ব্লু’ত ৰাজ্যৰ ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক

সেয়েহে সীমা নতুনকৈ নির্ধাৰণ হোৱাত পূৰ্বৰ ভোট কেন্দ্ৰৰ ভোটাৰৰ মাজতো সাল-সলনি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাটো ইতিমধ্যে চূড়ান্ত হৈছে। আকস্মিক আৰু অতিৰিক্তক বাদ দি ৰাজ্যত এইবাৰ নতুন ভোট কেন্দ্ৰৰ সংখ্যা ৪৪০ টালৈ বৃদ্ধি হৈছে। তাৰ ফলত কেন্দ্ৰবোৰৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ ও প্রক্রিয়াও আৰম্ভ কৰা হৈছে। অসম আৰক্ষীয়ে এই প্রক্রিয়া চলাইছে।

নির্বাচন আয়োগৰ পৰামর্শ মর্মে আৰক্ষীয়ে নতুন কেন্দ্ৰ আৰু পুৰণিবো নতুন সীমাৰ কেন্দ্ৰবোৰৰ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰাৰ মূলতে হ’ল নিৰ্বাচন আয়োগৰ তৎপৰতা।

শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচন বিভাগক অৱগত কৰিছে যে নির্বাচন প্রক্রিয়াটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনক মুঠ – পাঁচ হেজাৰ নতুন ইলেক্ট্রনিক ভোটিং মেচিন (ইভিএম) লাগিব। এইবোৰ প্ৰেৰণ প্রক্রিয়াও আয়োগে আৰম্ভ কৰিছে। আটাইবোৰ মেচিন অসম পোৱাৰ পাছত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্রথম পৰ্যায়ৰ পৰীক্ষণ প্রক্রিয়া আৰম্ভ কৰা হ’ব। ইলেকট্রিক কৰ্প’ৰেছন ইণ্ডিয়া লিমিটেডে এই ইভিএমসমূহ তৈয়াৰ কৰিছে।

প্রসংগক্রমে উল্লেখ্য যে অসমত পূর্বে ভোট কেন্দ্ৰৰ সংখ্যা আছিল ২৮,২০৫ – টা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সেই সংখ্যা বৃদ্ধি হৈছে ২৮,৬৪৫ টালৈ। ইপিনে, ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো কার্যকৰী হোৱাৰ ফলত তেওঁলোকে নিৰ্বাচনৰ লগত জড়িত আনুষংগিক অন্যান্য কে’বাটাও দিশৰ ওপৰতো চোকা দৃষ্টি ৰাখিবলগীয়া হৈছে।

বিশেষকৈ আইন শৃংখলাৰ দিশটোৰ বাবে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা নি বাহিনীৰ লগত এতিয়াৰ পৰাই সঘন যোগাযোগ ৰক্ষা কৰি চলিছে। কাৰণ পূর্বে স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা কে’বাটাও ভোট কেন্দ্ৰৰ সীমা এইবাৰ সাধাৰণতে শান্তিপূর্ণ কেন্দ্ৰৰ সীমাৰ অন্তৰ্ভুক্ত হৈছে ।

তদুপৰি চলিত ৰাজনৈতিক পৰিৱেশেও এইবাৰৰ নির্বাচন উত্তেজনাপূর্ণ কৰাৰ সম্ভাৱনা বহন কৰিছে। কাৰণ ইতিমধ্যে অসমত নির্বাচনী পৰিৱেশ গঢ়ি উঠাৰ উপৰি শেষলৈ উত্তেজনাপূর্ণ হোৱাৰ আশংকা বৃদ্ধি কৰিছে। সেয়েহে এনে পৰিবেশৰ তথ্য দেশৰ নিৰ্বাচন আয়োগক দি থাকিবলগীয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamECIFive ThousandNew EVM MachinesParliamant Election
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d