Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

চাবুৱাৰ ডিকম ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ইভিএম-ত কংগ্ৰেছৰ চিহ্নত কাগজৰ টুকুৰা লগাই থোৱা অভিযোগ, সংবাদ মাধ্যমক কটু মন্তব্য অজয় ফুকনৰ

publisher by publisher
March 27, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
চাবুৱাৰ ডিকম ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

ফাইনেল লিষ্ট ক’ত কোন

Till 7pm Assam Assembly Election 2021

এই পৰ্যন্ত কোন ক’ত জিকিল ?

১২১ নং চাবুৱা বিধানসভা সমষ্টিৰ ডিকম নাহৰতলি চাহ বাগিচা এলপি স্কুলৰ ৭ নং ভোট কেন্দ্ৰত ৫০ শতাংশ ভোটগ্ৰহণ হোৱাৰ সময়তে ইভিএম-ত কংগ্ৰেছৰ চিহ্ন সম্বলিত বুটামত কাগজ এটুকুৰা লগাই ৰখাৰ অভিযোগ তুলি কংগ্ৰেছৰ দলীয় কৰ্মীসহ প্ৰাৰ্থী অজয় ফুকনে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

ADVERTISEMENT

কেন্দ্ৰটোৰ চৌহদত প্ৰৱেশ কৰি ভোটাৰক উদ্দেশ্যি বক্তব্য আগবঢ়োৱাৰ সময়ত সংবাদ মাধ্যমক উদ্দেশ্যি গালি পৰা পৰিলক্ষিত হয় । অজয় ফুকনৰ সমৰ্থকসকলৰ স’তে কেন্দ্ৰটোত শ্ল’গান প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ সময়তে অগপ আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত ঠেলা-হেঁচা কৰা পৰিলক্ষিত হয় ।

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী দুগৰাকীৰ মতে, ভোট দিয়াৰ সময়ত বুটামৰ ওপৰত এটা ষ্টিকাৰ লগোৱা আছিল আৰু প্ৰিজাইডিং অফিচাৰক অৱগত কৰা হৈছিল যদিও, ইভিএমটোৰ দৃষ্টি ৰখা আমাৰ কাম নহয় বুলি কয় অফিচাৰগৰাকীয়ে । ইয়াকে লৈ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগপ আৰু কংগ্ৰেছৰ সমৰ্থকসকলক নিয়ন্ত্ৰণলৈ আনে ।

বিগত কে’বাদিনৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই সমৰ্থকৰ দ্বাৰা মদ আৰু ধনৰ প্ৰলোভনেৰে ভোটাৰ ৰাইজৰ মাজত বিশৃংখল পৰিৱেশ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ফুকনে । প্ৰশাসনেও নিৰপেক্ষ ভূমিকা পালন কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ কৰিছে ।

লগতে অজয় ফুকনৰ দ্বাৰা উত্থাপিত সংবাদ মাধ্যমৰ ওপৰত অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমে স্পষ্টিকৰণ বিচৰাত দুই-এক সংবাদ মাধ্যম বুলি কৈ দায় সৰা মন্তব্য দিয়াৰ সময়ত চাবুৱাৰ আন এটা ভোট কেন্দ্ৰত কংগ্ৰেছৰ চিনত চিয়াঁহী ঢালি দিয়া বুলিও কয় । কেৱল ছয়মহীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ নীতি শিক্ষা দিয়ে ၊ দুই-এক সংবাদ মাধ্যম কংগ্ৰেছ বিৰুধী দলৰ স’তে মিলি থকা বুলি কেন্দ্ৰটোত ভোটদান কৰিবলৈ যোৱা ৰাইজৰ মাজত ভাষণ দিয়া দেখিবলৈ পোৱা যায় ।

ইপিনে, অসম গণ পৰিষদে বুটামত কাগজ লগাই ৰখা বুলি অভিযোগ উত্থাপন কৰে অজয়ে । অজয়ৰ এই অভিযোগ নস্যাৎ কৰিছে অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যাই আৰু সংবাদ মাধ্যমক গালি দিয়াৰ সন্দৰ্ভতো এগৰাকী কৰ্মীয়ে ভাষ্য প্ৰদান কৰে ।

কেন্দ্ৰীয় সমিতিৰ সদস্যাগৰাকীৰ মতে, এয়া সম্পূৰ্ণ কংগ্ৰেছৰ নিজা ষড়যন্ত্ৰ । কিয়নো কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে পৰাজয়বৰণ কৰাটো নিশ্চিত বুলি জানি এইদৰে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি তোলিছে । ‘অজয় ফুকন জিন্দাবাদ’ ধ্বনি দিয়াত সম্পূৰ্ণ আইন উলংঘা কৰা হৈছে, ইলেকচন কমিচনাৰ উপস্থিত থকা সময়ত অজয় ফুকনে কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন লগাই ভোট কেন্দ্ৰত অ
কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমালোচনা কৰে সদস্যাগৰাকীয়ে ।

ৰসাতলে যোৱা এজন কাণ্ড জ্ঞানহীনক প্ৰতিনিধি হিচাপে চাবুৱাৰ ৰাইজে কেতিয়াও নিবিচাৰে বুলিও কটাক্ষ কৰে সদস্যাগৰাকীয়ে । আন এজন অগপ কৰ্মীয়ে অজয় ফুকনৰ অভিযোগৰ ভিত্তিত কয় যে, মদ আৰু পইচাৰ প্ৰলোভনৰ ৰাজনীতি কংগ্ৰেছে আৰম্ভ কৰা সংস্কৃতি ।

স্থানীয় ছেক্টৰ অফিচাৰ তথা ৰাজহ চক্ৰ বিষয়াই অভিযোগ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি জানিবলৈ দিয়ে । সাংবাদ মাধ্যমৰ ওপৰত উত্থাপিত অভিযোগক চাবুৱাৰ সকলো সাংবাদিকে একেমুখে ধিক্কাৰ প্ৰদান কৰি ভৱিষ্যতে এনে মন্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajay PhukanAssam Assembly Election 2021
publisher

publisher

Related Posts

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d