Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা

Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা পাঠদান চলি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তৰ গুলী

tezpur firing

Tezpur Firing:

তেজপুৰত চাঞ্চল্যকৰ ঘটনা ৷ চহৰ খনৰ মাজমজিয়াৰ পৰোৱাস্থিত শোণিতপুৰ বিদ্যা নিকেতনত বৃহস্পতিবাৰে দিনৰ ভাগতে পাঠদান চলি থকা অৱস্থাতে বিদ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলী কৰে ৷

বিদ্যালয়ৰ টিন ফুটি ছাত্রৰ গাত ছিটিকি পৰে গুলী। এই ভয়ংকৰ ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত ৷
কোনে, কিয় এইদৰে দিন দুপৰতে পাঠদান চলি থকা অৱস্থাতে বিদ্যালয়লৈ লক্ষ্য কৰি গুলী কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰিছে ৷

Exit mobile version