Election Commission Has Changed Date Of Publication Draft Voter List:ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ দিন সলনি সন্দৰ্ভত নিৰ্বাচন আয়োগ

eci

Election Commission Has Changed Date Of Publication Draft Voter List:

দেশৰ নিৰ্বাচনী আয়োগে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ দিন সলনি সন্দৰ্ভত প্রয়োজনীয় নির্দেশনা জাৰি কৰিছে ।

সেই অনুসৰি এক ডিচেম্বৰৰ পৰিৱৰ্তে আঠ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা ৷ এই দিনটোত ৰাইজে দর্শাব পাৰিব নিজৰ ওজৰ-আপত্তি ৷

আনহাতে ওজৰ-আপত্তি নিষ্পত্তিৰ বাবেও ধাৰ্য কৰা হৈছে দুটা দিন ৷ ১৬ আৰু ২২ জানুৱাৰী ইতিমধ্যে ওজৰ-আপত্তি দর্শোৱা সন্দৰ্ভত নিষ্পত্তি কৰা হ’ব ওজৰ-আপত্তি ৷ ইয়াৰ পাছতেই ৮ ফেব্ৰুৱাৰীত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ৷

উল্লেখ্য যে,৮ ফেব্ৰুৱাৰীত প্রকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকা অনুসৰিয়ে হ’ব ২০২৪ ৰ লোকসভা নিৰ্বাচন ৷

Exit mobile version