Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

২৮,৮১৩জন কনিষ্টবলক লেন্স নায়কলৈ পদোন্নতি

constable

Assam Police:

অসম আৰক্ষীৰ ইতিহাসত আজি এদিনতে কৰা হয় বৃহৎ পদোন্নতি ৷ ২৮,৮১৩জন কনিষ্টবলক পৰৱৰ্তী লেন্স নায়কলৈ পদোন্নতি দিয়া হয় ।

পদোন্নতি লাভ কৰা কনিষ্টবল সকলৰ ভিতৰত সশস্ত্ৰ শাখাৰ ২১২৭৫ জন আৰু নিৰস্ত্ৰ শাখাৰ ৭৫৩৮ জন ৷

আজি গুৱাহাটী বৃহৎ পদোন্নতিৰ কথা সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে

Exit mobile version