Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Vigilance : জিএম চি বোকা নিষ্কাশন কেলেংকাৰীৰ মহানায়ক মিঠু আগৰৱালাক গ্ৰেপ্তাৰ

বিহাৰৰ পৰা গ্ৰেপ্তাৰ মিঠু আগৰৱালাক

publisher by publisher
December 3, 2022
in Assam, News
Reading Time: 1 min read
0
Cm Vigilance : জিএম চি বোকা নিষ্কাশন কেলেংকাৰীৰ মহানায়ক মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

মহানগৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাস

অৱশেষত গ্ৰেপ্তাৰ শিখা শৰ্মা, অসম আৰক্ষীক ধন্যবাদ গৰিমা শইকীয়া গাৰ্গৰ

Rantu Paniphukan:বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক পুনৰ গ্ৰেপ্তাৰ চামগুৰি আৰক্ষীৰ

Cm Vigilance :

অৱশেষত আৰক্ষী জালত পৰিল জি এম চিৰ বোকা নিষ্কাশন কেলেংকাৰীত নাম সাঙুৰ পৰা বহু বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালা। বিহাৰত আত্মগোপন কৰি থকা অৱস্থাতে চি এম ভিজিলেঞ্চৰ বিশেষ দলে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ৷

ADVERTISEMENT

বহু বিতৰ্কিত ঠিকাদাৰজনক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অধীক্ষক ৰ’জী কলিতাই সাংবাদিকক জানিব দিয়ে যে বোকা নিষ্কাশন কেলেংকাৰীত ইতিমধ্যে জি এম চিৰ বহু কেইজন জ্যেষ্ঠ অভিযন্তা- বিষয়া আটক হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল মিঠু আগৰৱালা ৷

ঠিকাদাৰজনৰ সন্ধানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলাই থকাৰ মাজতে গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বিহাৰৰ চুপল জিলাৰ ভিতৰুৱা গাঁও ট্ৰিবেনীগঞ্জৰ এঘৰ আত্মীয় ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা মিঠু আগৰৱালাক ।

ধৃত ঠিকাদাৰজনক শনিবাৰে বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতৰ জৰিয়তে ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো আজি ৰাওনা হয় গুৱাহাটী অভিমুখে ।

মনকৰিবলগীয়া যে গুৱাহাটী পৌৰনিগমৰ বহু চৰ্চিত বোকা নিষ্কাশন কেলেংকাৰীত সাঙোৰ খোৱা ১৪ গৰাকী অভিযন্তা-বিষয়াক আটক কৰিছিল মুখ্যমন্ত্ৰী তদাৰকী শাখাই ৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰা আৰোপপত্ৰত সন্নিৱিষ্ট আছিল মিঠু আগৰৱালাৰ নাম৷

চি এম ভিজিলেঞ্চৰ এছ পি ৰৌজী কলিতাই উল্লেখ কৰা মতে মুল অভিযুক্ত মিঠু আগৰৱালা জালত পৰাৰ পিছত চি এম ভিজিলেন্সৰ তদন্ত প্ৰক্ৰিয়া অধিক অগ্ৰগতি দিশত আগবাঢ়িব৷কোনো অভিযুক্তই ৰেহাই নাপায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArrestedMithu AgarwalaVigilance
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d