Angurlata Out,Swapna Bania In :প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্রী সলনি

সভানেত্ৰীৰ পদৰ পৰা অপসাৰণ আঙুৰলতা ডেকাক, স্বপ্না বণিয়াক মহিলা মৰ্চাৰ সভানেত্রী নিযুক্তি, স্বপ্না বণিয়া আছিল অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী

swapna bania

Angurlata Out,Swapna Bania In :

অৱশেষত আঙৰলতা আউট,স্বপ্না বণিয়া ইন ৷ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী সলনি হ’ব বুলি কিছুদিন ধৰি অব্যাহত থকা ব্যাপক চৰ্চাৰ মাজতে বুধবাৰে সভানেত্ৰী পদৰ পৰা অপসাৰিত হয় প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা

আঙুৰলতা ডেকাৰ স্থলাভিষিক্ত হয় স্বপ্না বণিয়া ৷ বনিয়াই ইয়াৰ পূৰ্বে কাৰ্যনিৰ্বাহ কৰি আছিল বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী ৰূপে ৷

 

Exit mobile version