Broun Sugar With Three Paddlar Arrested In Guwahati:মহানগৰীৰ চানমাৰিত ব্ৰাউন চুগাৰ সহ তিনি কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

graugs seized

Broun Sugar With Three Paddlar Arrested In Guwahati:

মহানগৰীৰ আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী সহ জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

বিশেষ সূত্ৰৰ পম খেদি চানমাৰি আৰক্ষীয়ে শনিবাৰে মহানগৰীৰ মাজমজিয়াৰ অনুৰাধা চিনেমা হলৰ সমীপত অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে ৫০,১০,১০০,২০০ আৰু ৫০০ টকা বান্দোলৰ নগদ ৩ লাখ ৩০হেজাৰ ৫৫০ টকা জব্দ কৰিবলৈ সক্ষম হয়

৷ লগতে গ্ৰেপ্তাৰ কৰে তিনি কুখ্যাত সৰবৰাহকাৰী ৷ ইতিমধ্যে তিনি সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version