ATM Thief Arrested in Bashishta Police:মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত গভাইত এটিএম চোৰ

atm thief

ATM Thief Arrested in Bashishta Police:

বুধবাৰে মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰে এটা গভাইত এটিএম চোৰ ৷ উল্লেখ্যে যে,ভেটাপাৰা চাৰিআলিৰ INDUSLAND BANK ত এটা চোৰে নিশা এটিএম ভাঙি ধন লুট কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় লোকে কৰায়ত্ত কৰে ৷

পাছত ধৃত গভাইত চোৰটোক গতাই দিয়া হয় বশিষ্ঠ আৰক্ষীক ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে চোৰটোক ৷

প্ৰাপ্ত খবৰ অনুসৰি ধৃত চোৰটো বহি:ৰাজ্যৰ ৷ এ টি এমত ধন লুট কৰাৰ উদ্দেশ্যৰে মহানগৰীত বাহৰ পাতি আছিল গভাইত চোৰ সহ এটা দুৰ্বৃত্তৰ দল ৷

Exit mobile version