Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Boko Incident:বকোৰ গাৰোজানত তীব্ৰ উত্তেজনা

জল জীৱন মিছন আচঁনিৰ নিৰ্মাণ কাৰ্যক লৈ বাধা মেঘালয় সমৰ্থকাৰীৰ, মাৰপিট মেঘালয় সমৰ্থকাৰীৰ অসমৰ সমৰ্থকাৰীৰ ওপৰত, অসমৰ চাৰিজন আহত, পাইপসহ সা সৰঞ্জাম অনিষ্ট সাধন: বন্ধ ৰাখে আঁচনিৰ কাম, নাদৰ পানী খাব অসম চৰকাৰৰ পানী নাখাই মেঘালয় সমৰ্থকাৰীয়ে ,অসম আৰক্ষীৰ সৈতেও বাক বিতণ্ডাত লিপ্ত

publisher by publisher
December 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Boko Incident:বকোৰ গাৰোজানত তীব্ৰ উত্তেজনা
2
SHARES
24
VIEWS
ShareShareShareShare

Boko Incident:

অসম -মেঘালয় সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ অসমৰ ভিতৰত থকা গাৰোজানত আজি জল জীৱন মিছনৰ আঁচনি ৰূপায়নক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জল জীৱন মিছন আঁচনি কোনো কাৰণতে গাৰোজানত ৰূপায়ন হব নিদিয়াৰ হুংকাৰ তুলি মেঘালয় সমৰ্থকাৰী সকলে আক্ৰমণ কৰে অসমৰ সমৰ্থনকাৰীৰ ওপৰত।

ADVERTISEMENT
https://dainikagradoot.in/wp-content/uploads/2023/12/boko-video.mp4

অসমৰ গাঁওখনত বসবাস কৰা প্ৰায় ১০০টা পৰিয়ালৰ মাত্ৰ ১৮টা পৰিয়ালে অসমক সমৰ্থন জনাই বিগত দিন ধৰি মেঘালয়ৰ সমৰ্থকাৰীৰ শাৰিৰীক মানসিক আতিশয্যৰ বলী হৈ আহিছে।

RelatedPosts

Boko incident:বকোৰ বামুণীগাও- জামবাৰী সংযোগী পথৰ কালভাৰ্তৰ দ-খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ

Deadbody Recovered: বকোৰ চুকুনীয়াপাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Sp Transfer-Oc suspended : উত্তেজনা অব্যাহত অসম-মেঘালয় সীমান্তত

কাৰণ অসমৰ সমৰ্থনকাৰী সকলে অসমৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। ফলত আজি দুইটা ফৈদৰ মাজত বাক বিতণ্ডাৰ লগতে প্ৰচণ্ড মাৰপিট লাগে। মাৰপিটত অসমৰ সমৰ্থনকাৰী সঞ্জয় চাংমা, ট্ৰিবিনা মাৰাক, জেটউইন মাৰাক,চেগন মাৰাকসহ চাৰিগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। গাঁওখনত বকো আৰক্ষী উপস্থিত হোৱাৰ পাছতো ক্ষান্ত নাথাকিল অসম বিদ্বেষকাৰীসকল ।

boko2আৰক্ষীৰ সন্মুখতে মেঘালয়ৰ সমৰ্থকাৰীসহ গাঁওবুঢ়া জুনিং মাৰাক অসমৰ সমৰ্থন কাৰীৰ সৈতে বাকবিতণ্ডাত লিপ্ত হৈ হতাহতিৰ লিপ্ত হয়। আৰক্ষীৰ আগত নাদৰ পানী খাব কিন্তু অসমৰ পৰা দিয়া পানী নাখাই বুলি গাঁওখনৰ পৰা পাইপলাইন আঁতৰাই নিবলৈ কয় অসম বিদ্বেষকাৰী সকলে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মেঘালয়ৰ সমৰ্থকাৰী সহ গাওঁবুঢ়াক আলোচনাৰ বাবে আহ্বান জনাই যদিও সেই আহ্বানক সঁহাৰি নজনাই বৰঞ্চ আক্ৰমণাত্মক হৈ খাপ পিটি থকা দেখা গল গাঁওখনত। ফলত বকো আৰক্ষীৰ বৃহৎ বাহিনীৰ দল গাৰোজানত অসমীয়াৰ সুৰক্ষাত সষ্টম হৈ থাকে।

আনহাতে সন্ধিয়াৰ ভাগত অসম বিদ্বেষকাৰী সকলে হাতে হাতে লাঠি,ডেগাৰ লৈ গাঁওখনত পাইচাৰি কৰি বাটত ওলালেই অসমীয়া সকলক আক্ৰমণ কৰা লক্ষ্য কৰি লৈছিল বুলি অসমৰ সমৰ্থনকাৰী সকলে ম’বাইলৰ জড়িয়তে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। দৰাচলতে অসম চৰকাৰৰ জল জীৱন মিছনৰ অধীনত বকোত নিৰ্মাণৰত পাচীয়া পানী যোগান আঁচনিৰ কাম কৰি অৱস্থাত আজি গাৰোজানত দুটা ফৈদৰ মাজত সংঘাত লাগে।

কাৰণ অসমৰ গাৰোজানত একাংশই অসমক সমৰ্থন কৰা লগতে আন একাংশই মেঘালয়ত সমৰ্থন কৰি আহিছে। মেঘালয় সমৰ্থনকাৰী সকলে দীৰ্ঘদিন ধৰি অসমৰ গাৰোজান গাঁওখন মেঘালয়ৰ অন্তৰ্গত বুলি দাবী তুলি আহিছে । অসমৰ বায়ু পানী সেৱন কৰি অসমতে বসবাস কৰাৰ পাছতো অসমৰ ভূমিক মেঘালয়ৰ বুলি দাবী তুলি অসমীয়াক মাৰপিট কৰি আহিছে।

অসমৰ কোনো আচঁনি গ্ৰহণ নকৰে এইসকল অসম বিদ্বেষকাৰীয়ে । বকোৰ পাচীয়া পানী যোগান আচঁনিৰ জড়িয়তে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৫০টা পৰিয়ালক সাঙুৰি লোৱাৰ পাছত গাৰোজানত পাইপলাইন বহুৱাবলৈ পাইপসহ সা সৰঞ্জাম জমা কৰে। কিন্তু এই কাৰ্যত বাধা প্ৰদান কৰে গাৰোজানৰ মেঘালয় সমৰ্থনকাৰী সকলে।

গাওঁখনত পথৰ দাঁতিত পাইপলাইনত বহুওৱা পাইপৰ অনিষ্ট সাধন কৰা লগতে সা সৰঞ্জাম উঠাই নিয়ে মেঘালয়ৰ সমৰ্থকাৰীসকলে। ষাৰ ফলত আজি কাম বন্ধ কৰি দিবলৈ বাধ্য হৈ বিভাগীয় ভাবে। ঘটনা সন্দৰ্ভত গাৰোজানৰ অসমৰ সমৰ্থনকাৰী গাওঁবুঢ়া লাভসিং মাৰাকসহ সমৰ্থনকাৰী আশা মাৰাক,নিবোকা মাৰাক,চেগান মাৰাকে দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, গাঁওখনত বসবাস কৰা অসমৰ সমৰ্থনকাৰী সকলক প্ৰাণে মাৰাৰ লগতে বাসগৃহ সমূহত জুই লগাই দিয়াৰ ধমকি দি আছে অসম বিদ্বেষকাৰী সকলে ।

পুনৰ কয়, অসম আৰক্ষীয়ে অসম বিদ্বেষীসকলক একো কৰিব নোৱাৰে বুলিও হুংকাৰ প্ৰদান কৰাৰ কথা। যাৰ ফলত নিদ্ৰা হৰণ হৈছে অসমীয়া সকলৰ। অসমৰ গাঁওখনত বসবাস কৰা সৰহ সংখ্যকেই ৰাজনীতি কুচক্ৰান্তত অসমৰ ভূমিত বসবাস কৰি মেঘালয়ক সমৰ্থন কৰি গাঁওখন মেঘালয়ৰ অন্তৰ্গত বুলি দাবী তুলি আহিছে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো গাৰোজানত চেপা উত্তেজনা বিৰাজমান। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam-Meghalaya ViolenceBoko PoliceFight Between
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d