Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহৰ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰাহৰণ খেতিয়কৰ

হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবীত উত্তৰ ছাফাকামাৰত খেতিয়কৰ উত্তাল প্ৰতিবাদ

publisher by publisher
January 29, 2022
in Assam, News
Reading Time: 1 min read
0
মানাহৰ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰাহৰণ খেতিয়কৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

বাগসা-বৰপেটাৰ সীমামূৰীয়া উত্তৰ ছাফাকামাৰৰ পথাৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবীত আজি বৃহত্তৰ অঞ্চলটোৰ খেতিয়ক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

ADVERTISEMENT

অঞ্চলটোৰ খেতিয়ক ৰাইজে লাখ লাখ টকা ঋণত লৈ বেঁকী নৈৰ চৰ অঞ্চলত বিভিন্ন পাচলিৰ খেতি কৰি আহিছিল৷ লহপহকৈ বাঢ়ি অহা পাচলি খেতিত নিশাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাকে জাকে বন্যহস্তীয়ে প্ৰৱেশ কৰি পাচলি খেতি খাই, গছকি তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰে৷

যাৰ বাবে খেতিয়ক সকলে মুৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চিন্তাত পৰিছে কৃষকে ঋণত লাখ লাখ টকা লৈ এতিয়া ঋণ কেনেকৈ পৰিশোধ কৰিব৷ বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বালিপুৰ, খাগ্ৰাবাৰী, চুণবাৰী, বৃহত্তৰ খাৰিজা বিজনীৰ বাৰাপেটা, উন্নেগুৰীত কেতিয়াবা যদি মানুহৰ বাসগৃহ ভাঙিছে কেতিয়াবা আকৌ কৃষকৰ পাচলি খেতি লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে৷

বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ইতিপূৰ্বে স্থানীয় কৃষক ৰাইজে বাৰম্বাৰ বনবিভাগক অৱগত কৰি আহিছে যদিও কোনোধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

যাৰ বাবে আজি উপায়ন্তৰ কৃষক ৰাইজে খেতি পথাৰতে প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ বন বিভাগ হায় হায়, বন বিভাগ গ’বেগ, খেতি পথাৰত বন্যহাতীৰ প্ৰৱেশ বন্ধ কৰক, আমাৰ দাবী মানি লওক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তুলে৷

উল্লেখ্য যে উত্তৰ ছাফাকামাৰৰ খেতিয়ক ফজৰ আলী, মহৰ আলী, শিৰাজ আলী, আলাউদ্দিন, জয়নাল আবদিন, ৰূপচান আলী, আতৰ আলী আদি কৰি কেবাগৰাকী খেতিয়কৰ বিস্তৰ ক্ষতি সাধন কৰে মানাহৰ বন্যহস্তীয়ে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBagsaBarpeta
publisher

publisher

Related Posts

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন
Assam

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

September 12, 2026
Assam

September 12, 2026
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d