ULFA – Government To Sign ‘Tripartite Peace Deal’ in South Block, New Delhi at 5 Pm:
সকলো উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কিছু ক্ষণ বাকী ৷ বিয়লি পাঁচ বজাত নতুন দিল্লীৰ চাউথ ব্লকত স্বাক্ষৰিত হ’ব আলফা- চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি ৷
উল্লেখ্য যে,বহু চৰ্চিত আলফা-চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা,সাধাৰণ সম্পাদক অনুপ চেতীয়া সহ ১৬ জনীয়া দল ৷