Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Home Minister Amit Shah determined To Make Drug-Free India A Reality : ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ

publisher by publisher
March 30, 2023
in India, News
Reading Time: 2 mins read
0
Union Home Minister Amit Shah determined To Make Drug-Free India A Reality : ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

Union Home Minister Amit Shah determined To Make Drug-Free India A Reality :

বিভিন্ন চৰকাৰী সংস্থাৰ মাজত সমন্বয় উন্নত কৰাৰ পৰা আৰম্ভ কৰি উপকূলৰ সিপাৰে নিৰাপত্তা বৃদ্ধিৰ লগতে আফু আৰু ভাঙৰ অবৈধ খেতি ধ্বংস কৰালৈকে গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “ড্ৰাগছমুক্ত ভাৰত” সপোনক “অমৃত কাল”ৰ সময়সীমাৰ ভিতৰত বাস্তৱত পৰিণত কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে।

ADVERTISEMENT

বহু গুৰুত্বপূৰ্ণ পদক্ষেপ যেনে প্ৰাতিষ্ঠানিক গাঁথনি শক্তিশালী কৰা, নাৰ্কো সংস্থাসমূহৰ স’তে সমন্বয় নিশ্চিত কৰা আৰু সৰ্বসাধাৰণ জনগণক বিষয়টোৰ প্ৰতি সজাগ আৰু সংবেদনশীল কৰি তোলাৰ বাবে আৰম্ভ কৰা বৃহৎ সজাগতা অভিযান আদিৰ দৰে পদক্ষেপবোৰে ইতিমধ্যে অতি সন্তোষজনক ফলাফল দেখুৱাইছে ।

২০১৪ চনৰ পৰা ২০২২ চনৰ কালছোৱাত সামগ্ৰিকভাৱে জব্দ কৰা ড্ৰাগছৰ মূল্য ২২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো ইউ পি এ শাসনৰ যোৱা আঠ বছৰত (২০০৬-২০১৩) প্ৰতিবেদিত মূল্যৰ ৩০ গুণতকৈও অধিক।

চৰকাৰী তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২২ চনলৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে মুঠ ৩৫৪৪টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০০৬ চনৰ পৰা ২০১৩ চনৰ সময়ছোৱাত প্ৰতিবেদিত সংখ্যাৰ প্ৰায় দুগুণ।

লগতে ২০০৬ চনৰ পৰা আৰম্ভ হোৱা ইউ পি এ শাসনৰ আঠ বছৰৰ তুলনাত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। জব্দ হোৱা ৩.৭৩ লাখ কিলোগ্ৰাম ড্ৰাগছ, পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক।

ড্ৰাগছ সেৱন নিৰ্মূল নহ’লে দেশৰ যুৱক-যুৱতীসকলক সমাজৰ ওপৰত অনুৰ্বৰ.বোজা হৈ উঠিব বুলি শ্বাহ ডাঙৰীয়াই মতপোষণ কৰে। ড্ৰাগছ ব্যৱসায়ৰ ধনেৰে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰি ভৰণ – পোষণ দিয়াৰ পৰ্যাপ্ত প্ৰমাণ আছে।

সাগৰীয় পথৰ মাজেৰে চলা ড্ৰাগছৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰিবলৈ শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰা বিশেষ অভিযানে দেখুওৱা অতি উন্নতমানৰ ফলাফলৰ জৰিয়তে অনুমান কৰা হৈছে যে ভাৰতলৈ চোৰাংকৈ অনা প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ নিচাজাতীয় সামগ্ৰীয়ে মূলতঃ সাগৰীয় পথেৰে দেশৰ ভিতৰত প্ৰৱেশ কৰে।

শ্বাহ ডাঙৰীয়াৰ কঠোৰ নিৰ্দেশমৰ্মে গৃহ মন্ত্ৰালয়ে সকলো সন্দেহযুক্ত কণ্টেইনাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে আৰু এই প্ৰক্ৰিয়া যাতে কোনো কাৰণতে শিথিল নহয় তাৰ বাবে জলপথ মন্ত্ৰালয়ক সকলো যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।

এই সন্দৰ্ভত কণ্টেইনাৰ স্কেনাৰ আৰু আনুষংগিক সঁজুলিৰ পৰিচালনাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ৰ শূন্য সহনশীল দৃষ্টিভংগীৰ কথা সোঁৱৰাই দিয়া হৈছে।

একে সময়তে, সকলো সন্দেহজনক বিত্তীয় নথি-পত্ৰ পৃথকে পৃথকে বিশ্লেষণ কৰি তদন্ত কৰি ড্ৰাগছ ব্যৱসায়ৰ ধনৰ জৰিয়তে গঢ় লৈ উঠা সম্পত্তি সমূহো জব্দ কৰাটো নিশ্চিত বুলি শ্বাহ ডাঙৰীয়াই নিশ্চিতি প্ৰদান কৰে।

২০২২ চনত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)য়ে চলোৱা ২৭টা গোচৰৰ বিত্তীয় তদন্তত ১৬ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছিল।

সামুদ্ৰিক পথৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ বিষয়টোৰ ওপৰত আন দেশসমূহে অনুসৰণ কৰা উত্তম পদ্ধতিসমূহ অধ্যয়ন কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় সমিতিও গঠন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit Shahindia
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d