President Dropadi Murmu Is On A Three-Day Visit to Assam and Meghalaya:
তিনিদিনীয়া ভ্রমণসূচীৰে অসম-মেঘালয়লৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু ৷
ৰাষ্ট্ৰপতি গৰাকীৰ ভ্রমণসূচী অনুসৰি ১৫-১৬ত শ্বিলঙৰ এক কাৰ্যসূচীত অংশ লোৱাৰ বিপৰীতে ১৭ জানুৱাৰীত উপস্থিত থাকিব ডিফুৰ কাৰ্বি যুৱ মহোৎসৱত ৷ মহোৎসৱত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাও অংশ ল’ব ।