Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সামৰণি পৰিল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

কাৰ্বি যুৱক-যুৱতিক অৰ্গেনিক কৃষিৰ ওপৰত মনোনিৱেশ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

publisher by publisher
March 6, 2022
in Assam, India, News
Reading Time: 1 min read
0
সামৰণি পৰিল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হৈ থকা তাৰালাংচৰ ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ যোৱা নিশা সামৰণি পৰে ৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে আজি পুৱা চাৰি বজালৈ লোকেলোকাৰণ্য হৈ পৰে তাৰালাংচৰ বাকৰি ৷ জিলাখনৰ কাৰ্বি কালচাৰেল ছ’চাইটিৰ ৩২ টা জ’নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু শিলচৰ প্ৰতিনিধি শিল্পীসকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতি দিনেই নৃত্য-গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে ৷ সহস্ৰাধিক যুৱক-যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিৱেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে পাঁচটা দিন ধৰি ৰসাল কৰি তোলা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আজি প্ৰাণোচঞ্চল কাৰ্বি যুৱক-যুৱতীৰ নৃত্য ছন্দেৰেই যৱনিকা পৰে ৷

ADVERTISEMENT

সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷ যুৱ মহোৎসৱটোৰ আৰম্ভণিৰ দিনৰ পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্য-গীতে দৰ্শকসকলক পাচোঁটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি-সম্পাদক আৰু সদস্যসকলক কেচিএছৰ দ্বাৰা সম্বাৰ্ধনা জ্ঞাপন কৰে ৷

সামৰণি অনুষ্ঠানত ক্ৰমে, বিদ্যাছিং ইংলেং, ৰূপছিং টিচ’, দৰচিং ৰংহাঙ উপস্থিত থাকে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে ৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্বি ছয় বিদ্ৰোহী সংগঠনৰ স’তে হোৱা শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব ৷ অসমৰ ভিতৰতে কাৰ্বি আংলঙৰ ভূখণ্ড এক উন্নয়নৰ ভূখণ্ড বুলিও তেওঁ কয় ৷ কাৰ্বি জাতিক অসমৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এক উন্নয়নশীল জাতিৰূপে প্ৰতিষ্ঠা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কাৰ্বি আংলঙত নিৰ্মাণ হোৱা সামগ্ৰীৰ উচিৎ বজাৰ মূল্য পোৱাৰ ব্যৱস্থা কৰা হ’ব লগতে কাৰ্বি যুৱক-যুৱতীসকলক অৰ্গেনিক কৃষিৰ লগত জড়িত হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ কাৰ্বিসকলৰ পৰিচয় সভ্যতা সংস্কৃতি আৰু হেমফুৰ লগত ৷ কাৰ্বি আংলঙৰ অপৰূপ সৌন্দৰ্য আৰু মনোমোহা পৰিৱেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ কাৰ্বি আংলঙত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, কাৰ্বি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত আতংকময় পৰিৱেশ আছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বৰ্তমান উক্ত অঞ্চলসমূহত বিদ্ৰুোহী সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে ৷

৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকাপ্তাৰেৰে লাংহিনত অনুষ্ঠিত সদৌ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ অধিৱেশনত অংশগ্ৰহণ কৰি বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিৰলা অসম ৰাইফলছৰ ওচৰৰ জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন আৰু তাৰালাংচত মিউজিয়ামৰ উদ্ধোধন কৰে ৷

কাৰ্বি পিপলছ হল তাৰালাংচত কাৰ্বি লোক কৃষ্টি আৰু সংস্কৃতিৰ বিকাশ আৰু সংবৰ্ধনৰ বিশেষ ব্যৱস্থাই পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি সচেতন মহলে ক’ব খোজে ৷ আনহাতে, আজি কেম্প ফায়াৰৰ পাছত যুৱক-যুৱতীসকলে অশ্ৰুসিক্ত নয়নেৰে ঘৰমুৱা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaKarbi Youth FestivalPramod Boro
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d