President Dropadi Murmu Is On A Three-Day Visit to Assam and Meghalaya:তিনিদিনীয়া ভ্রমণসূচীলৈ অসম-মেঘালয়লৈ ৰাষ্ট্ৰপতি

১৫-১৬ত শ্বিলঙত ,১৭ জানুৱাৰীত ডিফুৰ কাৰ্বি যুৱ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি

president visit

President Dropadi Murmu Is On A Three-Day Visit to Assam and Meghalaya:

তিনিদিনীয়া ভ্রমণসূচীৰে অসম-মেঘালয়লৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু

ৰাষ্ট্ৰপতি গৰাকীৰ ভ্রমণসূচী অনুসৰি ১৫-১৬ত শ্বিলঙৰ এক কাৰ্যসূচীত অংশ লোৱাৰ বিপৰীতে ১৭ জানুৱাৰীত উপস্থিত থাকিব ডিফুৰ কাৰ্বি যুৱ মহোৎসৱত ৷ মহোৎসৱত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাও অংশ ল’ব ।

Exit mobile version