Guwahati Holistic Healing & Spiritual Retreat’ 2024:মহানগৰীৰ হোটেল পেলাচিওত এনার্জি হ্যালিঙৰ এক আধ্যাত্মিক অনুষ্ঠান 

barasha

Guwahati Holistic Healing & Spiritual Retreat’ 2024:

বেচৰকাৰী অনুস্থান ভীমক্সাৰ উদ্যোগত দেওবাৰে মহানগৰীৰ হোটেল পেলাচিওত এনার্জি হ্যালিঙৰ এক আধ্যাত্মিক অনুষ্ঠান holistic Healing & spiritual retreat 2024 অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। অনুষ্ঠানটোত Sound healing, Reiki healing, Angel healing, Crystal therapy কৰা হয় আৰু ভীমক্সাৰ তেৰট কাৰ্ডৰ শিক্ষার্থী সকলক প্ৰমানপত্ৰ প্ৰদান কৰা হয়।

Exit mobile version