Ayodhya Ram Mandir Visit Mukesh Ambani: অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ ৰিলায়েন্স মুৰব্বী মুকেশ আম্বানী

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসলৈ ২.৫১ কোটি টকাৰ দান আম্বানী পৰিয়ালৰ

ambani

Ayodhya Ram Mandir Visit Mukesh Ambani:

সোমবাৰে ৰাম জন্মভূমি অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে তেওঁৰ পত্নী নীতা আম্বানীয়ে ৷

তেওঁলোকৰ স’তে উপস্থিত থাকে আকাশ, তেওঁৰ পত্নী শ্লোকা আৰু অনন্ত আৰু তেওঁৰ ভাবী পত্নী ৰাধিকা মাৰ্চেণ্ট আৰু মুকেশ তনয়া ঈশা আম্বানী আৰু জোঁৱাই আনন্দ পিৰামল৷ ৷

উল্লেখ্য যে, আম্বানী পৰিয়ালে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসলৈ দানস্বৰূপে আগবঢ়ায় ২.৫১ কোটি টকা ৷

Exit mobile version