Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

One Hundred Writers, Intellectuals And Prominent Personalities ofAssam:আমি এই আক্ৰমণ আৰু আচৰণৰ নিন্দা কৰোঁ : অসমৰ এশ গৰাকী লেখক, বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তি

publisher by publisher
January 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Bharat Jodo Nyay Yatra: মহানগৰীৰ খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি
1
SHARES
14
VIEWS
ShareShareShareShare

One Hundred Writers, Intellectuals And Prominent Personalities of Assam:

ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । এই যাত্ৰালৈ কোনোবাই সমৰ্থন দিব পাৰে, কোনোবাই নিদিব পাৰে। শান্তিপূৰ্ণভাৱে যাত্ৰা উলিওৱাত একো বাধা থাকিব নালাগে। কিন্তু, আমি দেখিলোঁ, অসম সোমোৱাৰ পিছত চৰকাৰে যাত্ৰাটোত বিভিন্ন ধৰণে বাধা নিষেধ আৰোপ কৰিবলৈ আৰম্ভ কৰিলে। কোনো কোনো ঠাইত দুৰ্বৃত্তই যাত্ৰাটোত আক্ৰমণো চলালে। অথচ, পুলিচ নীৰৱ দৰ্শক হৈ ৰ’ল । এঠাইত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে অপদস্থ কৰা হ’ল।

ADVERTISEMENT

সাংবাদিকৰ গাড়ী ভাঙি পেলোৱা হ’ল৷ কেমেৰা কাঢ়ি লোৱা হ’ল৷ অশান্ত মণিপুৰৰ পৰা শান্তিৰে যাত্ৰাটো আৰম্ভ হ’ল।নগালেণ্ড, অৰুণাচলত কোনো বাধা-বিঘিনি নোহোৱাকৈ যাত্ৰা পাৰ হৈ আহিল। কিন্তু, অসমতহে ই বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হ’ল। ভাৰত জোডো় ন্যায় যাত্ৰাৰ ওপৰত চলোৱা আক্ৰমণক আমি গৰিহণা দিওঁ।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

যিসকল লোকে এই আক্ৰমণ চলাইছে তেওঁলোকক আটক কৰি আইন মতে শাস্তি বিহিবলৈও আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ। আনহাতে ৰাহুল গান্ধী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত জড়িত সকলোলৈকে আমাৰ বিনম্ৰ অনুৰোধ তেওঁলোক যাতে সকলো সময়তে শান্তিপূৰ্ণ আৰু অহিংস হৈ থাকে আৰু কোনো প্ৰৰোচনাৰ দ্বাৰা উত্তেজিত নহয়।

লগতে আমি লক্ষ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীই ডঃ হীৰেন গোহাঁই সম্পৰ্কে অসামাজিক কথা কৈ তেখেতক ৰাজহুৱাকৈ অপদস্থ কৰিছে। এই সম্পৰ্কে নিজৰ মন্তব্য প্ৰকাশ কৰা কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তকো ভাবুকি প্ৰদান কৰিছে।মুখ্যমন্ত্ৰীৰ ভাষা আৰু আচৰণে আমাক অবাক কৰিছে।বাক-স্বাধীনতা যিকোনো ব্যক্তিৰে মৌলিক অধিকাৰ। ই বিশ্বজনীন আৰু গণতন্ত্ৰৰ প্ৰথম সোপান। মুখ্যমন্ত্ৰীৰ আচৰণে আমাক ব্যথিত কৰিছে আৰু আমি তীব্ৰ ভাষাত তাৰ বিৰোধিতা কৰিছোঁ।

নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য্য, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, অপূৰ্ব শৰ্মা, কুলেন্দু পাঠক, তপোধীৰ ভট্টাচাৰ্য, দীনেশ চন্দ্ৰ গোস্বামী, অজিত কুমাৰ ভূঞা, দুলাল চন্দ্ৰ গোস্বামী, অনুৰাধা দত্ত, পৰমানন্দ মহন্ত, আবু নাছেৰ চৈঈদ আহমেদ, সন্ধ্যা গোস্বামী, প্ৰভাত বৰা, লোকনাথ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, শান্তিকাম হাজৰিকা, বাদল চক্ৰৱৰ্তী, মনোৰমা শৰ্মা, হাফিজ ৰছিদ আহমেদ চৌধুৰী, ধীৰেন্দ্ৰ নাথ শইকীয়া, তৌফিক ৰহমান বৰবৰা, লক্ষীনাথ তামুলী, অপূৰ্ব কুমাৰ বৰুৱা, প্ৰদীপ আচাৰ্য্য, আবচাৰ হাজৰিকা, পদ্মপাণি, পূৰ্ণেশ্বৰ নাথ, কল্যাণী বৰুৱা, উদ্ধৱ কাকতি, অৰূপ বৰবৰা, কমল নাৰায়ণ চৌধুৰী, অজিত চন্দ্ৰ তালুকদাৰ, দেৱেন তামুলী, জ্ঞান পূজাৰী, শতঞ্জীৱ দাস, ৰাজেন কলিতা, জীৱন দত্তবৰুৱা, জ্ঞানেন বৰকাকতী, দ্বীপেন কাকতী, মুনীন বায়ন, হেমন্ত বৰ্মন, হেমন্ত দাস, নৱনীল বৰুৱা, মৃণাল কুমাৰ বৰ্মন, আলি হাইদৰ লস্কৰ, কালীপ্ৰসাদ শৰ্মা, মোহন চন্দ্ৰ কলিতা, ৱাৰিছ চৌধুৰী, আব্দুৰ ৰহিম শ্বেইখ, সীতানাথ লহকৰ, আব্দুল মান্নান, ৰবীন দত্ত, ইন্দ্ৰাণী দত্ত, দীপক গোস্বামী, ঘনশ্যাম নাথ, নলীন বৰঠাকুৰ, ৰশ্মি গোস্বামী, দীপক কুমাৰ শৰ্মা, পৰেশ মালাকাৰ, পৰমানন্দ মজুমদাৰ, শংকৰ শইকীয়া, তপন কুমাৰ শৰ্মা, সোণকুমাৰ তালুকদাৰ, জগদীশ গোস্বামী, সমীন্দ্ৰ হুজুৰী, ভূপেন্দ্ৰ বৰকটকী, সূৰ্য্য দাস, কৌস্তুভমণি শইকীয়া, মইনা গোস্বামী, অঞ্জন গোস্বামী, পংকজ নাথ, মহেশ বৰ্মন, ধনঞ্জয় শৰ্মা, নজিবুদ্দিন আহমেদ, দিলীপ ফুকন, শান্তনু বৰঠাকুৰ, প্ৰণৱজ্যোতি ডেকা, নীলিম কুমাৰ, সবিতা লহকৰ, সুপৰ্ণা লাহিড়ী বৰুৱা, নীৰেন ঠাকুৰীয়া, অনিল কুমাৰ চৌধুৰী, ভবেশ ভাগৱতী, কিশোৰ কুমাৰ কলিতা, দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, ৰিপুঞ্জয় গগৈ, প্ৰভাত দাস, চন্দন চুতীয়া, নকুল তালুকদাৰ, ৰুদ্ৰসিংহ মটক, ৰাজীৱ ফুকন, গুণীন চৌধুৰী, নৃপেন কুমাৰ বৰুৱা, নিৰঞ্জন মহন্ত, মনোৰঞ্জন গোস্বামী, প্ৰমোদ মহন্ত, আৰু পুলিন ভট্টাচাৰ্য্য ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCm Himanta Biswa SarmaIntellectuals And Prominent PersonalitiesOne Hundred WritersRahul Gandhi's Nyay Yatra
publisher

publisher

Related Posts

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d