Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

One Hundred Writers, Intellectuals And Prominent Personalities ofAssam:আমি এই আক্ৰমণ আৰু আচৰণৰ নিন্দা কৰোঁ : অসমৰ এশ গৰাকী লেখক, বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তি

publisher by publisher
January 24, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bharat Jodo Nyay Yatra: মহানগৰীৰ খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

One Hundred Writers, Intellectuals And Prominent Personalities of Assam:

ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । এই যাত্ৰালৈ কোনোবাই সমৰ্থন দিব পাৰে, কোনোবাই নিদিব পাৰে। শান্তিপূৰ্ণভাৱে যাত্ৰা উলিওৱাত একো বাধা থাকিব নালাগে। কিন্তু, আমি দেখিলোঁ, অসম সোমোৱাৰ পিছত চৰকাৰে যাত্ৰাটোত বিভিন্ন ধৰণে বাধা নিষেধ আৰোপ কৰিবলৈ আৰম্ভ কৰিলে। কোনো কোনো ঠাইত দুৰ্বৃত্তই যাত্ৰাটোত আক্ৰমণো চলালে। অথচ, পুলিচ নীৰৱ দৰ্শক হৈ ৰ’ল । এঠাইত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে অপদস্থ কৰা হ’ল।

ADVERTISEMENT

সাংবাদিকৰ গাড়ী ভাঙি পেলোৱা হ’ল৷ কেমেৰা কাঢ়ি লোৱা হ’ল৷ অশান্ত মণিপুৰৰ পৰা শান্তিৰে যাত্ৰাটো আৰম্ভ হ’ল।নগালেণ্ড, অৰুণাচলত কোনো বাধা-বিঘিনি নোহোৱাকৈ যাত্ৰা পাৰ হৈ আহিল। কিন্তু, অসমতহে ই বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হ’ল। ভাৰত জোডো় ন্যায় যাত্ৰাৰ ওপৰত চলোৱা আক্ৰমণক আমি গৰিহণা দিওঁ।

যিসকল লোকে এই আক্ৰমণ চলাইছে তেওঁলোকক আটক কৰি আইন মতে শাস্তি বিহিবলৈও আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ। আনহাতে ৰাহুল গান্ধী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত জড়িত সকলোলৈকে আমাৰ বিনম্ৰ অনুৰোধ তেওঁলোক যাতে সকলো সময়তে শান্তিপূৰ্ণ আৰু অহিংস হৈ থাকে আৰু কোনো প্ৰৰোচনাৰ দ্বাৰা উত্তেজিত নহয়।

লগতে আমি লক্ষ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীই ডঃ হীৰেন গোহাঁই সম্পৰ্কে অসামাজিক কথা কৈ তেখেতক ৰাজহুৱাকৈ অপদস্থ কৰিছে। এই সম্পৰ্কে নিজৰ মন্তব্য প্ৰকাশ কৰা কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তকো ভাবুকি প্ৰদান কৰিছে।মুখ্যমন্ত্ৰীৰ ভাষা আৰু আচৰণে আমাক অবাক কৰিছে।বাক-স্বাধীনতা যিকোনো ব্যক্তিৰে মৌলিক অধিকাৰ। ই বিশ্বজনীন আৰু গণতন্ত্ৰৰ প্ৰথম সোপান। মুখ্যমন্ত্ৰীৰ আচৰণে আমাক ব্যথিত কৰিছে আৰু আমি তীব্ৰ ভাষাত তাৰ বিৰোধিতা কৰিছোঁ।

নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য্য, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, অপূৰ্ব শৰ্মা, কুলেন্দু পাঠক, তপোধীৰ ভট্টাচাৰ্য, দীনেশ চন্দ্ৰ গোস্বামী, অজিত কুমাৰ ভূঞা, দুলাল চন্দ্ৰ গোস্বামী, অনুৰাধা দত্ত, পৰমানন্দ মহন্ত, আবু নাছেৰ চৈঈদ আহমেদ, সন্ধ্যা গোস্বামী, প্ৰভাত বৰা, লোকনাথ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, শান্তিকাম হাজৰিকা, বাদল চক্ৰৱৰ্তী, মনোৰমা শৰ্মা, হাফিজ ৰছিদ আহমেদ চৌধুৰী, ধীৰেন্দ্ৰ নাথ শইকীয়া, তৌফিক ৰহমান বৰবৰা, লক্ষীনাথ তামুলী, অপূৰ্ব কুমাৰ বৰুৱা, প্ৰদীপ আচাৰ্য্য, আবচাৰ হাজৰিকা, পদ্মপাণি, পূৰ্ণেশ্বৰ নাথ, কল্যাণী বৰুৱা, উদ্ধৱ কাকতি, অৰূপ বৰবৰা, কমল নাৰায়ণ চৌধুৰী, অজিত চন্দ্ৰ তালুকদাৰ, দেৱেন তামুলী, জ্ঞান পূজাৰী, শতঞ্জীৱ দাস, ৰাজেন কলিতা, জীৱন দত্তবৰুৱা, জ্ঞানেন বৰকাকতী, দ্বীপেন কাকতী, মুনীন বায়ন, হেমন্ত বৰ্মন, হেমন্ত দাস, নৱনীল বৰুৱা, মৃণাল কুমাৰ বৰ্মন, আলি হাইদৰ লস্কৰ, কালীপ্ৰসাদ শৰ্মা, মোহন চন্দ্ৰ কলিতা, ৱাৰিছ চৌধুৰী, আব্দুৰ ৰহিম শ্বেইখ, সীতানাথ লহকৰ, আব্দুল মান্নান, ৰবীন দত্ত, ইন্দ্ৰাণী দত্ত, দীপক গোস্বামী, ঘনশ্যাম নাথ, নলীন বৰঠাকুৰ, ৰশ্মি গোস্বামী, দীপক কুমাৰ শৰ্মা, পৰেশ মালাকাৰ, পৰমানন্দ মজুমদাৰ, শংকৰ শইকীয়া, তপন কুমাৰ শৰ্মা, সোণকুমাৰ তালুকদাৰ, জগদীশ গোস্বামী, সমীন্দ্ৰ হুজুৰী, ভূপেন্দ্ৰ বৰকটকী, সূৰ্য্য দাস, কৌস্তুভমণি শইকীয়া, মইনা গোস্বামী, অঞ্জন গোস্বামী, পংকজ নাথ, মহেশ বৰ্মন, ধনঞ্জয় শৰ্মা, নজিবুদ্দিন আহমেদ, দিলীপ ফুকন, শান্তনু বৰঠাকুৰ, প্ৰণৱজ্যোতি ডেকা, নীলিম কুমাৰ, সবিতা লহকৰ, সুপৰ্ণা লাহিড়ী বৰুৱা, নীৰেন ঠাকুৰীয়া, অনিল কুমাৰ চৌধুৰী, ভবেশ ভাগৱতী, কিশোৰ কুমাৰ কলিতা, দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, ৰিপুঞ্জয় গগৈ, প্ৰভাত দাস, চন্দন চুতীয়া, নকুল তালুকদাৰ, ৰুদ্ৰসিংহ মটক, ৰাজীৱ ফুকন, গুণীন চৌধুৰী, নৃপেন কুমাৰ বৰুৱা, নিৰঞ্জন মহন্ত, মনোৰঞ্জন গোস্বামী, প্ৰমোদ মহন্ত, আৰু পুলিন ভট্টাচাৰ্য্য ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCm Himanta Biswa SarmaIntellectuals And Prominent PersonalitiesOne Hundred WritersRahul Gandhi's Nyay Yatra
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d