Assam Legislative Assembly Budget Session Starts on 5 February:​৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

২৮ ফেব্ৰুৱাৰীত সামৰণি পৰিব অধিৱেশন

ala

Assam Legislative Assembly Budget Session Starts on 5 February:​

৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ ২৮ ফেব্ৰুৱাৰীলৈকে হ’ব অধিৱেশন ৷

উল্লেখ্য যে, এই অধিৱেশনতে দাখিল হ’ব আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে ১২ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট ৷

Exit mobile version