CM Meet Road- Transport Minister Nitin Gadkari in New Delhi:নতুন দিল্লীত পথ- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

gadkari

CM Meet Road- Transport Minister Nitin Gadkari in New Delhi:

নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীক তেওঁৰ মন্ত্ৰণালয়ত সাক্ষাৎ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ স’তে গুৱাহাটীত ৰিং ৰোড প্ৰকল্প সহ আন কেতবোৰ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে ৷

Exit mobile version