AssamGovt Loan:ৰাজ্যত বিত্তীয় সংকট !

ছয় ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে পুনৰ ঋণ ল'ব ১০০০ কোটি

janata bhawan

Assam Govt Loan:

ৰাজ্য চৰকাৰে ন ন আঁচনিৰ সমান্তৰালভাৱে হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পাছত শেহতীয়াকৈ বিত্তীয় সংকট দেখা দিছে ৷

বিত্তীয় সংকট নাই হোৱা বুলি সময়ে সময়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যদিও ইতিপূৰ্বে কে’বাহাজাৰ কোটি ঋণ লৈ সকলো পৰিস্থিতি জোৰা মৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰ মাজতে পুনৰ ৰাজ্য চৰকাৰে ৬ ফেব্ৰুৱাৰীত ১০০০ কোটি টকাৰ ঋণ ল’বলৈ আগবাঢ়িছে ৷

Exit mobile version