Bharat Rice Distribution:মহানগৰবাসীৰ বাবে এটা ভাল খবৰ

মহানাগৰিকে লাভ কৰিব ২৯ টকা দৰত 'ভাৰত চাউল', গুৱাহাটী পৌৰনিগমৰ কাৰ্যালয়ত শুভাৰাম্ভ কৰা হয় চাউল বিক্ৰী কাৰ্যসূচী, ৰিলায়েঞ্চ শ্বপিংমল সমূহতো উপলব্ধ 'ভাৰত চাউল'

bharat rice 2

Bharat Rice Distribution:

মহানগৰবাসীৰ বাবে এটা ভাল খবৰ ৷ মহানাগৰিকে সূলভ মূল্যত লাভ কৰিব ২৯ টকা দৰত ‘ভাৰত চাউল’ ৷ বুধবাৰে গুৱাহাটী পৌৰনিগমৰ কাৰ্যালয়ত শুভাৰম্ভ কৰা হয় চাউল বিক্ৰী কাৰ্যসূচী ৷

উল্লেখ্য যে,চাৰিখন মোবাইল ভানেৰে মহানগৰীত যোগান ধৰা হ’ব চাউল ৷ ৫ আৰু ১০ কেজিৰ পেকেটৰ এই ২৯ টকীয়া ‘ভাৰত চাউল’ ৰিলায়েন্স শ্বপিং মলতো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে শীঘ্ৰেই ৰাজ্যৰ আন আন জিলাতো উপলব্ধ হ’ব ‘ভাৰত চাউল’ ৷

Exit mobile version