Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত এফচিআইৰ ২৮ টন চাউল জব্দ

জব্দকৃত ট্ৰাক দুখনত উদ্ধাৰ ভাৰতীয় খাদ্য নিগমৰ খালী মোনা

publisher by publisher
May 20, 2022
in Assam, India, News
Reading Time: 1 min read
0
ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত এফচিআইৰ ২৮ টন চাউল জব্দ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

FCI does not buy rice:খাদ্য নিগমে নিকিনে ধান: চৰকাৰ ব্যৰ্থ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধত

উজনিৰ পৰা নামনিলৈ বানত ককবকাইছে একাংশ বন্যাৰ্ত্যই । এসাঁজ ভাতৰ বাবে হাহাকাৰ লাগিছে বন্যাৰ্ত্যই মাজত । ইয়াৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে এফচিআই (FCI)ৰ চাউল চোৰাংভাৱে বিক্ৰী কৰি অধিক মুনাফা লুটি আহিছে ।‌ বিশেষকৈ কামৰূপৰ বকো সমষ্টিৰ লগতে ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সোণতলী, ছমৰীয়া, গৰৈমাৰী, নগৰবেৰাৰ লগতে গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা এফচিআইৰ চাউল মেঘালয় অথবা কেতবোৰ অঞ্চলত গোপনে সৰবৰাহ হৈ আছে ।

ADVERTISEMENT

দৰিদ্ৰজনলৈ অহা সুলভ মূল্যৰ চাউল আদবাটতে হৰলুকি কৰি দৰিদ্ৰজনৰ মুখৰ ভাত কাঢ়িছে একাংশ অসাধু ব্যৱসায়ীয়ে । ইয়াৰ মাজতে আজি ৰাতিপুৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ এটি সঁজাতি দলে এফচিআইৰ চাউল কঢ়িয়াই অনা চাউলসহ দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।

সঁজাতী দলটোৱে চাউলসহ ট্ৰাক দুখন ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰ প্ৰাংগনত জব্দ কৰিবলৈ সক্ষম হয়। এখন লক্ষীপুৰ আৰু এখন গৰৈমাৰী অঞ্চলৰ পৰা চোৰাংভাৱে চাউল কঢ়িয়াই আনিছিল।

উল্লেখযোগ্য যে, এফচিআইৰ চাউল নতুনকৈ পেকেজিং কৰি বিক্ৰী কৰা হয় । জব্দ কৰা ট্ৰাক দুখনত নতুনকৈ পেকেজিং কৰা চাউলৰ বস্তাৰ লগতে উদ্ধাৰ কৰা হৈছে ভাৰতীয় খাদ্য নিগমৰ খালী মোনা । ট্ৰাক দুখনত প্ৰায় ২৮ টন চাউল থকাৰ কথা পোহৰলৈ আহিছে ।

জব্দ কৰা ট্ৰাক দুখনৰ এখনৰ নম্বৰ AS01 NC 6842 । আনহাতে, আনখন ট্ৰাক নম্বৰবিহীন নতুনকৈ ক্ৰয় কৰা । দীৰ্ঘদিন এফচিআইৰ চাউলৰ কলা ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন কৰা হৈছে । এক কথাত ক’ব লাগিব যে, দৰিদ্ৰ লোকৰ মুখৰ ভাত কাঢ়ি একাংশ অসাধু ব্যৱসায়ীয়ে এফচিআইৰ চাউলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অন্তৰালত সমবায় সমিতি সমূহৰ বিষয়া কৰ্মচাৰীৰ হাত থকাৰ কথা নুই কৰিব নোৱাৰি ।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সা:সম্পাদক প্ৰদীপ ৰাভা, বিত্ত সম্পাদক ফুলেশ্বৰ ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অংকুৰ কে.ৰাভা, খেল সম্পাদক নিৰঞ্জন ৰাভা, বকো আঞ্চলিকৰ সম্পাদক দিব্য ৰাভাৰ উপস্থিতিত ঘটনা সন্দৰ্ভত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই সংবাদ মাধ্যমৰ আগত কয়, “দুখীয়া মানুহৰ বাবে প্ৰদান কৰা খাদ্য নিগমৰ চাউলৰ চোৰাং ব্যৱসায় অতি সোনকালে বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰা হৈছে ।”

বিগত দিন ধৰি বৃহত্তৰ অঞ্চলকেইটাত অবাধ গতিত ভাৰতীয় খাদ্য নিগমৰ চাউল গোপনে বিক্ৰী হৈ অহাৰ কথা উল্লেখ কৰি অনাগত দিনত ইয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । মনকৰিবলগীয়া যে, আন একাংশ ব্যৱসায়ীয়ে এফচিআইৰ চাউল বজাৰ অথবা গেলামালৰ দোকানত প্ৰতি কেজি ১৭/১৮ টকা মূল্যত বিক্ৰী কৰি একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ মুৰত ৰাম টাঙোন সোধাইছে । ১৭/১৮ টকা মূল্যত চাউল ক্ৰয় কৰাত ধান খুন্দা মিলৰ স্বত্বাধিকাৰী শসকল বিপাঙত পৰিছে । সম্প্ৰতি এফচিআইৰ চাউল ভৰ্তি ট্ৰাক দুখন বকো আৰক্ষীক গতাই দিছে সংগঠনটোৱে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FCIRice
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d