Rhino Horned Seized In Samaguri:চামগুৰিত আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ

খৰ্গসহ আটক আটাবুৰ ৰহমান নামৰ সৰবৰাহকাৰীক

horns

Rhino Horned Seized In Samaguri:

চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰ অসম আৰক্ষী ৷ বৃহস্পতিবাৰে পুৱতি নিশা গোপন সূত্ৰৰ পমখেদি চামগুৰি আৰক্ষীয়ে গৰুমৰাত অভিযান চলাই গঁড়ৰ খৰ্গ উদ্ধাৰ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত সৰবৰাহকাৰেটোৰ নাম আটাবুৰ ৰহমান ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version