Posthumously Awarded the Bharat Ratna:তিনি গৰাকী বিশিষ্ট ব্যক্তিলৈ মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন

এক্স যোগে সদৰি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে

pv

Posthumously Awarded the Bharat Ratna:

দেশৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওৰ লগতে প্ৰখ্যাত কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ মৰনোত্তৰভাৱে ভাৰত ৰত্ন দিয়াৰ কথা এক্সযোগে সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

উল্লেখ্য যে,ইয়াৰ পূৰ্বে বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি আৰু মৰনোত্তৰভাৱে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্পুৰী ঠাকুৰলৈ ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷
অনুৰূপ ধৰনেই এক্সযোগে দুয়োজনৰ নাম সদৰি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

স্মতৰ্ৱ্য যে,বিগত এটা পষেকত পাঁচজনকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ ৷

Exit mobile version