Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীত মমতা বেনাৰ্জীক সাক্ষাৎ কিৰিপ চলিহাৰ ,অসমত দিব তৃণমূল কংগ্রেছৰ নেতৃত্ব

বিকল্প মঞ্চৰ সন্ধানত কুচকাৱাজ কংগ্ৰেছীৰ

publisher by publisher
August 4, 2021
in India, News, Politics
Reading Time: 1 min read
0
দিল্লীত মমতা বেনাৰ্জীক সাক্ষাৎ কিৰিপ চলিহাৰ ,অসমত দিব তৃণমূল কংগ্রেছৰ নেতৃত্ব
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

INDIA Bloc Mumbai Meeting :মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশলৰ বৈঠক

প্রাক্তন কংগ্ৰেছ সাংসদ কিৰিপ চলিহা এইবাৰ তৃণমূল কংগ্ৰেছমুখী। যােৱা সপ্তাহত প্রাক্তন সাংসদ চলিহাই নতুন দিল্লীত তৃণমূল কংগ্রেছৰ নেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাজীক সাক্ষাতৰ পাছতে এনে চর্চা হৈছে। সূত্রত প্রকাশ যে ৰাহুল গান্ধীৰ নেতৃত্বত আস্থা নথকা বুলি অথবা অন্যান্য কাৰণত কংগ্ৰেছ ত্যাগ কৰা নেতাসকলৰ লগতে দেশৰ অবিজেপি ৰাজনৈতিক দলৰ স’তে ঐক্যৱদ্ধ হৈ এখন মঞ্চ গঠনৰ দেশজুৰি প্রয়াস চলিছে। ইয়াৰে অংশৰূপে ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ বহুদিন পূর্বে ইস্তফা পত্র প্ৰেৰণ কৰা চলিহাই তৃণমূল নেত্রীগৰাকীক সাক্ষাৎ কৰা বুলি ঘনিষ্ঠ সূত্রত প্রকাশ।

ADVERTISEMENT

মনকৰিবলগীয়া যে দলৰ বর্তমান নেতৃত্বৰ স’তে বুজাবুজি নােহােৱাত ইস্তফা দিয়া চলিহাৰ পত্ৰ শীর্ষ নেতৃত্বই গ্রহণ কৰা নাই বুলি সূত্রত প্রকাশ। অৱশ্যে কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বৰ স’তে সংযুক্ত হৈ থাকিব বিচৰা নাই প্রাক্তন সাংসদজনে।

সম্প্রতি তেওঁ তৃণমূল কংগ্ৰেছত যােগদানৰ বিষয়ে চিন্তা- চৰ্চা কৰিছে। অসমত তৃণমূলৰ দায়িত্ব চলিহাক দিয়াৰ যাে-জা চলােৱা হৈছে বুলিও ঘনিষ্ঠ মহলত প্রকাশ। দিল্লীৰ মছনৰ পৰা বিজেপি তথা মােদী চৰকাৰক আঁতৰাবলৈ বিকল্পৰ ৰাজনৈতিক শক্তিৰ সন্ধানত তেওঁ সাক্ষাৎ কৰে।

অৱশ্যে তৃণমূলত যােগদানৰ বিষয়টোক লৈ তেওঁ ৰাজহুৱাকৈ এই মুহূর্তত কোনাে মন্তব্য কৰিব বিচৰা নাই যদিও মমতা বেনাৰ্জীক কেৱল পশ্চিমবংগতে সীমাৱদ্ধ নাথাকি দেশৰ নেতৃত্ব ল’বলৈ আহ্বান জনােৱা বুলি তেওঁ কয়। আমি মমতা বেনাৰ্জীক সাক্ষাৎ কৰি কৈছাে যে আপুনি এতিয়া কেৱল পশ্চিমবংগতে সীমাৱদ্ধ নাথাকি সর্বভাৰতীয় ৰাজনীতিত আগুৱাই আহক।

আপুনি অসম তথা উত্তৰ-পূর্বাঞ্চললৈও সােনকালে আহক। আমি আপােনাক সহায় কৰিম। চলিহাই এইদৰে কয়। এনে প্ৰস্তাৱক লৈ চলিহাসহ অসমৰ পুৰণি কংগ্ৰেছী একাংশই তৃণমূলত যােগদান কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে। অসমত চলিহাক তৃণমূলৰ নেতৃত্ব দিয়াটো একপ্রকাৰ নিশ্চিত হােৱা বুলি ঘনিষ্ঠ সূত্রত প্রকাশ।

এনে এক সূত্রই কয় যে ৰাজীৱ গান্ধীৰ স’তে দিল্লীত একেলগে কাম কৰা কংগ্রেছীসকলৰ এটা অংশই আগন্তুক
২০২৪ত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছ ত্যাগ কৰাসকলক একগােট কৰি ঐক্যৱদ্ধ কংগ্ৰেছ গঠনৰ চেষ্টা কৰিছে। এই উদ্দেশ্যে মমতাৰ লগতে শাৰদ পাৱাৰ, কমল নাথ, পি চিদাম্বম, প্রাক্তন প্রধানমন্ত্রী ড° মনমােহন সিং আদিৰ দৰে নেতাকো সাক্ষাৎ কৰিছে চলিহাই।

বিভিন্ন আঞ্চলিক দলকো একত্রিত কৰি বিকল্পৰ সন্ধান চলােৱা চলিহাসহ এনে গােটটোৰ ভাষ্য অনুসৰি ২০২৪ক লক্ষ্য কৰি তেওঁলােকে সক্রিয় হৈছে। ড° মনমােহন সিং, চিদাম্বম, মমতা, পাৱাৰ, কমল নাথ আদিক সাক্ষাৎ কৰি চলিহসহ এই পক্ষত থকা সকলৰ ভাষ্য অনুসৰি কংগ্ৰেছ টিকি থাকিবলৈ হ’লে পুৰণা কংগ্রেছীসকল।

একগােট হ’ব লাগে আৰু তাৰ পাছত বিজেপি বিৰােধী এখন মঞ্চ গঠন কৰিব লাগে। এইসকলৰ অভিযােগ অনুসৰি ৰাহুল গান্ধীয়ে জ্যেষ্ঠ কংগ্রেছীসকলক বাদ দিছে আৰু দলৰ নেত্রী ছােনিয়া গান্ধীয়েও ভূমিকা ল’ব পৰা নাই।

চলিহাকে ধৰি অসমতাে এনে একাংশই ক’ব বিচাৰে যে বৰ্তমানৰ আকাৰত কংগ্ৰেছে বিজেপিৰ স’তে যুঁজিব পাৰিব বুলি ৰাইজৰ আস্থা নাই। আনহাতে, ৬০ৰ উৰ্বৰ বয়সৰ জ্যেষ্ঠ নেতাসকলৰ পৰা ৰাহুল গান্ধীয়েও দূৰত্ব বজাই ৰখা বুলিও চর্চা আছে। অসম কংগ্ৰেছৰ এনে অসন্তুষ্ট নেতাৰ সূত্ৰত প্ৰকাশ যে ৰাহুলে ৬০ৰ উৰ্বৰসকলক অৱসৰৰ উপযুক্ত বুলিয়ে ধাৰণা কৰে।

এনে এজন পুৰণি কংগ্ৰেছ নেতাই কয় যে প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে দলৰ নেতৃত্ব ল’বলৈ আগবাঢ়ি অহাৰ সময়ত অর্জুন সিং, পি ভি নৰসিংহ ৰাও, জ্ঞানী জাইল সিং আদিৰ দৰে জ্যেষ্ঠ নেতাসকলক ওচৰতে ৰাখিছিল; কিন্তু ইয়াৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে তেওঁৰ সমবয়সী অথবা কনিষ্ঠসকলৰ স’তেহে দলীয় সাংগঠনিক প্রক্রিয়া চলাবলৈ বিচাৰে।

ফলত বহু জ্যেষ্ঠ নেতা আজি নিজ ৰাজ্যত একপ্রকাৰ কর্মহীন হৈছে। এইসকলৰ ভাষ্য অনুসৰি ইয়াৰ দ্বাৰা কংগ্ৰেছ শক্তিশালী যদি হ’লহেঁতেন তেন্তে তেওঁলােকৰ ক’বলগীয়া নাছিল। এনে হােৱা দেখা নাই, বৰঞ্চ পূর্বতকৈ দুর্বলহে হৈছে কংগ্রেছ।

অসমতাে একাংশ কংগ্ৰেছ কর্মী বিজেপিলৈ ধাৱিত হৈছে বুলি উল্লেখ কৰি সূত্র এটাই কয় যে শেহতীয়া সময়ত কংগ্ৰেছৰ স্থিতিৰ বাবেই কেৱল অসমীয়া হিন্দুৱেই নহয়, অসমীয়া মুছলমানাে আঁতৰিবলৈ ধৰিছে। আনকি এতিয়া অসমীয়া মুছলমানক বিজেপিয়ে আকৃষ্ট কৰিবলৈ সুবিধা লাভ কৰিছে।

সম্প্রতি কংগ্ৰেছ প্রব্রজিত মুছলমান নেতৃত্বৰ গ্ৰাসত। গােপীনাথ বৰদলৈৰ সময়ৰ কংগ্ৰেছৰ ধাৰা এতিয়া অসমত নাই। এইদৰে কয় অসন্তুষ্ট কংগ্ৰেছ নেতাই। লক্ষ্যণীয় যে তৃণমূল কংগ্ৰেছ নেত্রী মমতা আৰু এন চি পিৰ নেতা পাৱাৰক ঐক্যবদ্ধ হ’বলৈ এনে গােটটোৱে অনুৰােধ জনাইছে।

মমতাক সাক্ষাৎ কৰি চলিহায়াে এনে প্রস্তাৱেই দিছে। আনহাতে, অসমলৈ মমতাক আমন্ত্রণ কৰি অসমৰ আঞ্চলিক শক্তিৰ স’তে সমিলমিলৰ বাবেও আহ্বান জনাইছে বুলি ঘনিষ্ঠ সূত্রত প্রকাশ। অসমৰ তৃণমূল কংগ্ৰেছ, এন চি পি, অন্যান্য সৰু সৰু ৰাজনৈতিক দল, অসম জাতীয় পৰিষদ আদিক লৈ অসমতাে বিকল্প সৃষ্টিৰ বাবে মমতাৰ সহায় বিচাৰিছে।

সূত্রত প্রকাশ যে এই ক্ষেত্ৰত তৃণমূল নেত্রীগৰাকীয়ে সঁহাৰি জনাইছে আৰু অসমলৈ আহিব বুলিও প্রতিশ্রুতি দিছে। এনে এক পদক্ষেপৰ দ্বাৰা সৰ্বভাৰতীয় প্রেক্ষাপটত ৰাহুল গান্ধী বিৰােধী এক মঞ্চ গঠনৰাে আশা দেখে এই ক্ষেত্ৰত সক্রিয় সকলৰ
একাংশই। অৱশ্যে এয়া কিমান সহজ হ’ব সেই সম্পর্কে তেওঁলােকৰাে প্রশ্ন আছে।

এনে কুচকাৱাজৰ দ্বাৰা কংগ্ৰেছৰ প্রতিক্রিয়া কেনে ধৰণৰ হ’ব পাৰে সেয়াও স্পষ্ট নহয়। এই কুচকাৱাজ বৰ্তমানৰ কংগ্ৰেছৰ বাবে অস্বস্তিকৰ হ’ব নে তেওঁলােকৰ বাবে বিজেপি বিৰােধী মিত্র মঞ্চ হ’ব সেয়া এতিয়াই কোৱাটো টান। কুচকাৱাজ আৰম্ভ হােৱা সকলৰ মনতাে এনে নানা প্রশ্ন আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kirip ChalihaMamata Banerjee
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d