External Affairs Minister Jayashankar in Australia:ভাৰতে কেতিয়া লাভ কৰিব নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ

অষ্ট্ৰেলিয়াত বিদেশ মন্ত্ৰী জয়শংকৰ

JOISANKAR

External Affairs Minister Jayashankar in Australia:

বিদেশ মন্ত্রী এছ জয়শংকৰে অষ্ট্ৰেলিয়াতকয় যে ভাৰতে অচিৰে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদ লাভ কৰিব।

ADVERTISEMENT

জয়শংকবে ক’লে, ‘আমি সেই স্থানত উপনীত হ’ম। মোৰ এশ শতাংশ বিশ্বাস আছে। অৱশ্যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ আহৰণ কৰাটো আমাৰ বাবে সহজ নহ’ব। এনে বহু দেশ আছে, যি ভাৰতক স্থায়ী সদস্য দেশ হিচাপে প্রত্যক্ষ কৰিব নিবিচাৰে।’

উল্লেখ্য যে, দুদিনীয়া সিদ্ধ মহাসাগৰ সম্মিলনত অংশ ল’বলৈ অষ্ট্ৰেলিয়াত উপস্থিত হোৱা জয়শংকৰে লগতে কয় যে বর্তমানে ভাৰতক এখন, শক্তিশালী দেশ হিচাপে বিশ্বই গণ্য কৰিছে ।

Exit mobile version