Government Revenue From Liquor is Expected To Rise To Rs 4,000 Crore:সুৰাৰ পৰা চৰকাৰৰ ৰাজহ সংগ্ৰহ চাৰি হেজাৰ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা

বিপণীৰ সংখ্যা বৃদ্ধিৰে ৰাজহৰ পৰিমাণ বঢ়োৱাৰ কৌশল চৰকাৰৰ

wine

Government Revenue From Liquor is Expected To Rise To Rs 4,000 Crore:

অসমত সুৰাৰ পৰা চৰকাৰে সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ ৰাজহ। সেইবাবে সুৰা বিপণীৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে।

ADVERTISEMENT

অসম বিধানসভাত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যত বর্তমান ৩,০০৪ খন সুৰা বিপণী আছে। ইয়াৰে ১,৭০৭ খন বিদেশী সুৰাৰ বিপণী, ৯২৩ খন পানশালা আৰু ৩৭৪ খন দেশীয় সুৰাৰ বিপণী।

বিপণীৰ সংখ্যা বৃদ্ধিৰ বাবেই অকল অনুজ্ঞাপত্ৰৰ মাচুলৰ বাবদে চৰকাৰৰ ৰাজহ বছৰি বৃদ্ধি হৈছে। মন্ত্রীজনে দাখিল কৰা তথ্য অনুসৰি, আবকাৰী ৰাজহ সুৰাৰ বিপণী আৰু পানশালাৰ পৰা পোনপটীয়াকৈ সংগ্রহ নহয় ৷

Exit mobile version