Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Road Safety Week :পথ-সুৰক্ষা সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 

ৰাজ্যত মদৰ বটলত অচিৰেই ওলমিব “গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব” শীৰ্ষক ষ্টিকাৰ,ব্যাপক কাৰ্যসূচীৰে আৰম্ভ “পথ-সুৰক্ষা সপ্তাহ”

publisher by publisher
January 11, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Road Safety Week :পথ-সুৰক্ষা সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

Road Safety Week :

 “জীৱন ঘটনামুক্ত হ’ব নোৱাৰে, জীৱনত ঘটনাই ঘটনা ৷ কিন্তু ঘটনাবোৰ যাতে দুৰ্ঘটনা নহয়, জীৱনক যাতে ৰাষ্টাৰ দুৰ্ঘটনাৰ পৰা আতৰাই ৰাখিব পাৰি তাৰ বাবে আমি প্ৰত্যেকেই চেষ্টা চলাব লাগিব ৷

ADVERTISEMENT

সন্তানক বাইক কিনি দিয়া অভিভাৱকেই হেলমেটো কিনি দিব লাগিব, ভাল ৰিজাল্ট কৰি স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্টাত দুচকীয়া বাহন চলাওঁতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিও শিক্ষিতৰ পৰিচয় দেখুৱাব পাৰিব লাগিব, গাড়ীখনে কিমান উপাৰ্জন কৰিছে তাৰ খবৰ ৰখাৰ লগতে অত্যাধিক যাত্ৰী অথবা সামগ্ৰী কঢ়িয়াইছে নেকি তাৰো খবৰ ৰাখিব লাগিব গাড়ীৰ মালিকে ৷

কিয়নো পথ-সুৰক্ষাৰ বিষয়টো আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। পৰিবহন বিভাগে অকলে একো কৰিব নোৱাৰে। মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলোৱ দায়বদ্ধ হ’ব লাগিব ”- এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

উল্লেখ্য যে, ভাৰতৰ পথ-পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনাত অসমত পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা ১৭জানুৱাৰীলৈ আৰম্ভ হোৱা পথ-সুৰক্ষা সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

এই উপলক্ষে আজি মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে পৰিবহন বিষয়া সকলক উদ্দেশ্যি কয় যে নিয়ম ভাঙি অধিক সামগ্ৰী কঢ়িওৱা, বেছি স্পীডত গাড়ী চলোৱা কাকো এৰি নিদিব।

লাগিলে নীতিনিয়মৰ মাজত থাকি ব্যৱসায় কৰিব নোৱাৰিলে যানবাহনৰ গৰাকীয়ে গাড়ী বিক্ৰী কৰি দিয়ক। ইফালে যান-বাহনৰ বিভিন্ন সন্থাৰ অধীনৰ চালক, গাড়ীৰ গৰাকীক যান-বাহনৰ নিয়ম নীতি শিকাবলৈ কৰ্মশালাৰ আয়োজন কৰিবলৈ তেওঁ জিলা পৰিবহণ বিষয়া সকলক নিৰ্দেশ দিয়ে।

আনহাতে আবকাৰী বিভাগৰো দায়িত্ববাহী মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সুৰাৰ বটলত শীঘ্ৰেই সকলোৱে দেখাকৈ “গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব” শীৰ্ষক ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিবলৈও বিভাগৰ প্ৰধান সচিবক নিৰ্দেশ দিয়ে। অনুষ্ঠানৰ আৰম্ভণীতে আদৰণি ভাষণ আগবঢ়াই পৰিবহণ বিভাগৰ আয়ুক্ত -সচিব আদিল খানে তীব্রগতি, সুৰাপাণ আদিয়েই পথ-দুৰ্ঘটনাৰ মূল কাৰণ বুলি মন্তব্য কৰি অনাগত দিনত পথ-সুৰক্ষাক জন-অভিযানলৈ ৰূপান্তৰিত কৰাৰ পোষকতা কৰে ।

পৰিবহণ বিভাগে আগন্তুক দিনত অত্যাধুনিক মেচিনাৰী সা সৰঞ্জামেৰে যানবাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থাৰ কথা উল্লেখ কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ৰাজ্যিক পথ সুৰক্ষা সমিতিয়ে পথসুৰক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কামৰ খতিয়ান ডাঙি ধৰে ৷

অনুষ্ঠানটোত উপস্থিত থাকি লোকনিৰ্মান বিভাগৰ বিশেষ সচিব দেবজিৎ ভূঞা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক কৃষ্ণা কেম্প্ৰাই , মহানগৰ আৰক্ষীৰ উপ- আৰক্ষী আয়ুক্ত মৌচুমী কলিতায়ো পথসুৰক্ষাৰ ক্ষেত্ৰত নিজ নিজ বিভাগসমূহৰ পৰা হাতত লোৱা বিভিন্ন পদক্ষেপ সন্দৰ্ভত বক্তব্য আগবঢ়াই।

বিভিন্ন দুৰ্ঘটনাগ্ৰস্ত অঞ্চলত যিকোনো সময়ত সংঘটিত দুৰ্ঘটনাগ্ৰস্তক স্বইচ্ছাই আগবাঢ়ি আহি সহায় কৰা লোকৰ মাজৰ পৰা ৩গৰাকী “পথ-সুৰক্ষা মিত্ৰ” বাচনি কৰি স্বাস্থ্য আৰু দুৰ্যোগ বিভাগৰ সহযোগত প্ৰশিক্ষণ দি আজিৰ অনুষ্ঠানত অত্যাধুনিক সা-সৰঞ্জামযুক্ত কীট বিতৰণ কৰা হয়।

ইফালে দুৰ্ঘটনাগ্ৰস্থ লোকক সহায় কৰি জীৱন দান কৰা দুগৰাকী ব্যক্তি ক্ৰমে পাৰ্থজ্যোতি বৰুৱা আৰু মানসজ্যোতি গগৈক “গুদ চামাৰটেৰিয়ান” আইনৰ অধীনত ৰাজ্যিক পথসুৰক্ষা সমিতিৰ তৰফৰ পৰা পাঁচহাজাৰ টকাকৈ উদগনিমূলক বটা আগবঢ়াই পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

সুৰাপান কৰি গাড়ী চলোৱা চালকক তাৎক্ষণিকভাৱে অত্যাধুনিক মেচিনেৰে চিনাক্তকৰনৰ বাবে অতিৰিক্ত আৰক্ষী আয়ুক্ত মৌচুমী কলিতাৰ হাতত তিনিটা “ব্ৰেত এনালাইজাৰ” প্ৰদান কৰা হয়। একেদৰে মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসক এটা পাব্লিক এনাউঞ্চ চিচটেম প্ৰদান কৰা হয়।

অনুষ্ঠানৰ শেষত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সভাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ ৰাইজে সহাৰি আগবঢ়োৱাত যোৱা ৩১ ডিচেম্বৰত পূৰ্বতকৈ বহুগুণে কম দুৰ্ঘটনা সংঘটিত হোৱা বুলি কয় ।

সেয়ে অনাগত দিনত ৰাষ্ট্ৰীয় পথ নিৰ্মানকাৰী সংস্থা, লোকনিৰ্মাণ, শিক্ষা, স্বাস্থ্য, আৰক্ষী, এনফৰ্চমেন্ট সকলো একলগ হৈ কাম কৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তবায়িত কৰিব পৰা যাব বুলি যোগাত্মক বক্তব্য আগবঢ়াই সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি অনাগত দিনত সমাজৰ সৰ্বস্তৰৰ ৰাইজক স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়াই পথসুৰক্ষাক সকলোৱে জীৱনৰ অন্যতম ব্ৰত হিচাপে ল’বলৈ অনুৰোধ জনায়।

সহকাৰী পৰিবহণ আয়ুক্ত চৈয়দ ৰফিকুল মান্নান আৰু জিলা পৰিবহণ বিষয়া দীপাঞ্জলি বৰাই আঁত ধৰা অনুষ্ঠানটোত কন্ঠশিল্পী মৌচুমী পৰাশৰে গুৰু বন্দনা পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiRoad Safety WeekTRANSPORT DEPT.Transport Minister Parimalsukla Baidya
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d