Laharighat Ganja Seized:লাহৰীঘাটৰ মেৰবিলত ৯১ কেজি গাঞ্জা সহ এজনক আটক

GANJA

Laharighat Ganja Seized:

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মেৰবিলত ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

গোপন খবৰৰ ভিত্তিত ভূৰাগাঁও আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত যোৱা নিশা গোপনে যন্ত্ৰচালিত নাৱেৰে গাঞ্জা সৰবৰাহৰ চেষ্টা কৰা ৰুহুল আমিন নামৰ কুখ্যাত গাঞ্জা সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

Exit mobile version