Akrasu Moment:জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত চচলত আক্ৰাছুৰ এশঘন্টীয়া অনশন আৰম্ভ

akrasu image

Akrasu Moment:

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত মহানগৰীৰ চচলত বুধবাৰৰ পৰা আৰম্ভ হৈছে আক্ৰাছুৰ এশঘন্টীয়া অনশন

ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শতাধিক কোচ-ৰাজবংশী ছাত্ৰ-সন্থাৰ নেতা- কৰ্মীয়ে ১০০ ঘন্টীয়া অনশনত বহে ৷

অনশনস্থলীত আক্ৰাছু নেতা- কৰ্মীৰ হুংকাৰ শীৰ্ঘেই যদি চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি যোগাত্মক সহাৰী নিদিলে আগন্তুক দিনত দীৰ্ঘম্যাদী আন্দোলন গঢ়ি তোলা হ’ব ৷

Exit mobile version