Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sasal Rjahua Namghar Estd Celebration:চচল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ভাগৱত ভ্ৰমণ আৰু নাম-প্ৰসংগৰে মুখৰিত মহানগৰীৰ চচল

publisher by publisher
February 20, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Sasal Rjahua Namghar Estd Celebration:চচল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Sasal Rajahua Namghar Estd Celebration:

মঙলবাৰে মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথ , চচলত অৱস্থিত চচল ৰাজহুৱা নামঘৰত নাম-কীৰ্তন , ভাগৱত পাঠ আৰু ব্যাখ্যা , ভাগৱত পৰিভ্ৰমণ আদি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ চচল ৰাজহুৱা নামঘৰৰ সভাপতি ড° নৱ নাহৰ ডেকা আৰু সম্পাদক নব কুমাৰ মুদৈৰ নেতৃত্বত চচল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল , দবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ চছল অঞ্চলৰ প্ৰতি গৃহস্থৰ পদুলিয়ে-পদুলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷

ADVERTISEMENT

ভাগৱত ভ্ৰমণ যাত্ৰাৰ পিছতে নামঘৰত একত্ৰিত হৈ নাৰায়ন পাঠক বাপৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ বাপদেৱৰ অতি সাৱলীল কণ্ঠেৰে ভাগৱত গীতাৰ পাঠ আৰু ব্যাখ্যাৰে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ ভাগৱত ব্যাখ্যাৰ সমান্তৰালভাৱে আই- মাতৃ আৰু বাপ-বান্ধৱসকলৰ সমূহীয়া নাম-প্ৰসংগৰে নামঘৰত এক ওখল-মাখল পৰিবেশৰ সৃষ্টি কৰে। ভক্তি ৰসত আপ্লুত হৈ উপস্থিতসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী আকৰ্ষণীয় কৰি তোলে ৷

এই অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ , অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড: মিনেশ্বৰ হাজৰিকা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত ভুপেন্দ্ৰ নাথ দাস আদি ব্যক্তিসকলৰ লগতে ঐতিহ্যমণ্ডিত হৰিশিঙা সত্ৰৰ ভকত-বৈষ্ণৱসকল আৰু বৃহত্তৰ চচল অঞ্চলৰ দ্বিশতাধিক ভক্তিপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ সন্ধিয়া নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে দিনযোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Estd CelebrationGuwahatiSasalSasal Rajahua Namghar
publisher

publisher

Related Posts

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা
International

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

October 10, 2026
দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক
India

দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d