Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Eight Heroin Smugglers Arrested in Guwahati:মহানগৰীত মণিপুৰৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা সহ আঠজনক গ্ৰেপ্তাৰ

ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড গৃহৰক্ষী জোৱানক আটক, জব্দ ২৭ পেকেট নিষিদ্ধ হেৰ'ইন

publisher by publisher
February 21, 2024
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Eight Heroin Smugglers Arrested in Guwahati:মহানগৰীত মণিপুৰৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা সহ আঠজনক গ্ৰেপ্তাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Eight Heroin Smugglers Arrested in Guwahati:

সৰিয়হ তলিতে ভুত ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছে থানাত নিয়োজিত এজন খাকী পোচাকধাৰী গৃহৰক্ষী জোৱানৰ ক্ষেত্ৰত ৷ পেছাগত হিচাপে যদিও চৰকাৰী দৰ্মহা ভোগী ৷ এওঁৰ আকৌ আছে এটা ৰমৰমীয়া ব্যৱসায় ৷ ব্যৱসায়টো হৈছে ড্ৰাগছ সৰবৰাহ ৷

ADVERTISEMENT

মহানগৰীৰ দুখনকৈ থানাত নিয়োজিত আছিল খাকী পোছাকধাৰী গৃহৰক্ষী জোৱানজন ৷ নাম নিজামউদ্দিন ৷ ঘৰ বঙাইগাঁৱত ৷ পূৰ্বে আৰক্ষীৰ জালত পৰি চাকৰিৰ পৰা বৰ্খাস্ত হোৱা নামকটা চিপাহী নিজামউদ্দিন কিন্ত চৰিত্ৰ সলনি নহ’ল ৷সংগোপনে অব্যাহত ৰাখিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

RelatedPosts

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

Dima Hasao:ডিমা হাছাও আৰক্ষীৰ জালত হেৰ’ইন সহ সৰবৰাহকাৰী

Hatigaon :হাতীগাঁও আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড

মঙলবাৰে নিশা মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি হাতীগাওঁ- সিজুবাৰী সংযোগী পথত নিজামুদ্দিনক ৱাৰ্গেনাৰ বাহনৰ পৰা দুই যুৱক সহ গ্ৰেপ্তাৰ কৰে ৷ লগতে আৰক্ষীয়ে ৱাগেনাৰ বাহন খনৰ পৰা জব্দ কৰে সাত পেকেট নিষিদ্ধ হেৰ’ইন ৷

আনহাতে নিশাই হাতীগাওঁ আৰু বশিষ্ট আৰক্ষীয়ে ধৃত নিজামুদ্দিন সহ আন দুই যুৱকক লগত লৈ বশিষ্টৰ ডিমাছা ভৱনৰ সমীপত থকা নিজামুদ্দিনৰ ভাড়াঘৰত অভিযান চলাই প্ৰায় ২০ পেকেট হে’ৰইন সহ সেইসময়ত ঘৰটোত থকা এহাল দম্পতী ,এজন যুৱক সহ চাৰি গৰাকী মণিপুৰী মহিলাক এখন আই টুৱেণ্টি বাহন সহ আটক কৰে ৷

উল্লেখ্য যে, আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ মাৰাথন জেৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে ৷নিজামুদ্দিনে মণিপুৰৰ এটা ড্ৰাগছ ব্যৱসায়ৰ কুখ্যাত চক্ৰ এটাৰ স’তে মিলি মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি তুলিছিল গোপন বেহা ৷ গুৱাহাটীত ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰত পৰিণত কৰিছিল নাম কটা চিপাহী ৰূপি নিজামুদ্দিনে ৷

ইপিনে ,নিজামুদ্দিন সহ আন চাৰি ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তি ভিত্তিতআৰক্ষীয়ে যোৱা নিশা অভিযান চলাই চাৰি মণিপুৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলা কেইগৰাকীয়ে মণিপুৰৰ পৰা বিমানযোগে আহি গুৱাহাটী ড্ৰাগছ সৰবৰাহৰ বাবে বাহৰ পাতি আছিল ডিমাছা ভৱনৰ নিজামুদ্দিনৰ উল্লিখিত ভাড়া ঘৰটোত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 5 Manipuri women arrestedEight Heroin Smugglers ArrestedHatigaon PoliceHeroin Seized
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d