Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

    National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Protesting Farmers In India Suspended Delhi Chalo March For Two Days:দুদিনৰ বাবে স্থগিত কৃষক দিল্লী চলো যাত্ৰা !

কৃষকৰ মৃত্যুৰ বাবে কৃষক সংগঠনৰ সিদ্ধান্ত, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস, হাৰিয়ানাৰ সাত জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি ২৩ ফেব্ৰুৱাৰীলৈ

publisher by publisher
February 22, 2024
in India, News
Reading Time: 5 mins read
0
Protesting Farmers In India Suspended Delhi Chalo March For Two Days:দুদিনৰ বাবে স্থগিত কৃষক দিল্লী চলো যাত্ৰা !
1
SHARES
5
VIEWS
ShareShareShareShare

Protesting Farmers In India Suspended Delhi Chalo March For Two Days:

দুদিনৰ বাবে দিল্লী চলো যাত্ৰা সাময়িকভাবে স্থগিত ৰখাৰ ঘোষণা কৃষক সংগঠন সমূহৰ যৌথ মঞ্চৰ উল্লেখ্য যে,হাৰিয়ানাৰ খানৌৰী সীমান্তত বুধবাৰে এজন কৃষকৰ মৃত্যু হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদকাৰী কৃষক সকলে ৷

ADVERTISEMENT

উল্লেখ্য যে,আন্দোলনৰ অন্যতম অংশীদাৰ ট্ৰেড ইউনিয়নসমূহে প্ৰতিবাদকাৰী কৃষক শুভ কৰণ সিঙৰ মৃত্যুত তীব্ৰ গৰিহণা দি অহা ২৩ ফেব্ৰুৱাৰী দিনটো ক’লা দিৱস হিচাপে পালনৰ ঘোষণা কৰে।

RelatedPosts

No Content Available

উল্লেখযোগ্য, কৃষক সকলৰ কেতবোৰ গুৰুত্বপূৰ্ণ দাবীত পঞ্জাৱৰ কৃষকসকলে অব্যাহত ৰাখিছিল প্ৰতিবাদ কাৰ্যসূচী । ইয়াৰ মাজতে তেওঁলোকে দাবী সমূহৰ সন্দৰ্ভত কেন্দ্ৰৰ স’তে ইতিমধ্যে চাৰিবাৰকৈ আলোচনাত মিলিত হৈছিল যদিও কোনো সমাধান সূত্ৰ নোলোৱাত পুনৰ প্ৰতিবাদ অব্যাহত ৰাখে ক্ষুব্ধ কৃষকসকলে ৷ এনে ঘটনাক্ৰমৰ মাজতে এইবাৰ পঞ্চমবাৰৰ বাবে কেন্দ্ৰই পুনৰ আলোচনাৰ বাবে কৃষক সংগঠন সমুহক আমন্ত্ৰণ জনাইছে ৷

মনকৰিবলগীয়া যে,হাৰিয়ানাৰ খানৌৰী সীমান্তত বুধবাৰে এজন কৃষকৰ মৃত্যু হোৱাৰ পাছতে হাৰিয়ানাৰ সাত জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ৰাজ্য চৰকাৰে ২৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ৷

farmers 2 1স্মতৰ্ৱ্য যে,কৃষি উৎপাদনত ন্যূনতম সমর্থিত মূল্য (এমএছপি)কে ধবি অন্যান্য দারীত ‘দিল্লী চলো’ যাত্রা অব্যাহত ৰখা কৃষকসকলক আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে বাধাদান কৰাৰ ফলত সংঘৰ্ষৰ সূত্রপাত ঘটে। এনে অবস্থাতে বুধবাৰে পঞ্জাৱ-হাৰিয়ানাৰ খনৌৰী সীমান্তত মৃত্যু হয় এজন ২১ বছৰীয়া যুৱ কৃষকৰ। হাৰিয়ানা আৰক্ষীৰে স’তে হোৱা সংঘর্ষত আঘাতপ্রাপ্ত হৈয়ে প্রাণ হেৰুৱায় কৃষকজনে।

হাৰিয়ানাব মনোহৰলাল খট্টৰ চৰকাৰৰ আৰক্ষী বাহিনীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ বাবে অসুস্থ হৈ পৰিছিল কৃষকজন। ইয়াৰ পাছত আৰক্ষীৰ স’তে ঠেলা- হেঁচাৰ সময়ত তেওঁ আঘাতপ্রাপ্ত হয়। কৃষকজনক খৰখেদাকৈ হাস্পতালত ভর্তি কৰোৱা হয় আৰু তাতেই চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মূৰত আঘাত পোৱাৰ বাবে এই ২১ বছৰীয়া যুৱ কৃষকজনৰ মৃত্যু হয়। বুধবাৰে দিনৰ ৩-৩০ বজাত হাৰিয়ানা আৰক্ষীয়ে এক সামাজিক মাধ্যম এক্সত এটা প’ষ্টত এইদৰে লিখিছে ‘কৃষকৰ মৃত্যুৰ বাতৰি নিতান্তই অপপ্রচাৰ।

ডাটা সিং খনৌৰী সীমান্তত আৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত সংঘৰ্ষৰ দুজন আৰক্ষী আৰু এজন বিভোক্ষকাৰী আহত হৈছে। তেওঁলোক সকলো চিকিৎসাধীন।’ আৰক্ষীৰ এই ভাষ্যৰ বিপৰীতে হাস্পতাল সূত্রত প্রকাশ যে উক্ত টুইটৰ পাছত মৃত্যু হৈছে উক্ত কৃষকজন । কৃষকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত খনৌৰী সীমান্তত অধিক বৃদ্ধি কৰিছে বিক্ষোভকাৰীসকলে।

এক তথ্য অনুসৰি পাতিয়ালাৰ ৰাজিন্দ্র হাস্পতালৰ অধীক্ষক এইছ এছ ৰেখীয়ে সংবাদ মাধ্যমক জনোৱা মতে, কনৌৰী সীমান্তৰ পৰা তিনিজনক হাস্পতাললৈ অনা হৈছিল, তেওঁলোকৰ ভিতৰত এজনৰ মূৰত আঘাতৰ বাবে মৃত্যু হৈছে। বাকীসকলৰ অৱস্থা সুস্থিৰ।

উল্লেখ্য যে,যোৱা ১৩ ফেব্ৰুৱাৰীত দিল্লী চলো অভিযান আৰম্ভ কৰে কৃষকসকলে। কৃষক নেতাসকলৰ দাবী অনুসৰি, এই অভিযানত এয়াই প্রথম মৃত্যুৰ ঘটনা সংঘটিত হ’ল। কৃষক নেতা বলদেব সিং শিবশ্বাহে জনোবা মতে, মৃত কৃষক যুৱকজনৰ নাম সুভকৰণ সিং। নিজ দাবী কেন্দ্রীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ দিল্লী চলো যাত্ৰা আৰম্ভ কৰিছিল কৃষকসকলে। বুধবাৰে পুৱা প্রায় ১৪ হেজাৰ কৃষকে কনৌৰী সীমান্ত অতিক্রম কৰাৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰ স’তে সংঘৰ্ষৰ সৃষ্টি হ হয়। বিক্ষোভকাৰীসকলক ৰোধ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰে। অর্ধসামৰিক বাহিনীয়েও নামি পৰে।

এই সংঘৰ্ষৰ সময়তে আঘাতপ্রাপ্ত হোৱা বাবে কৃষকজনৰ মৃত্যু হোৱা বুলি সূত্রত প্রকাশ। ইপিনে, শম্ভু সীমান্তত আৰু ১৬৬ জন কৃষক আহত হৈছে। ইপিনে, পঞ্জাৱত কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা এক নির্দেশৰ প্রতিক্রিয়া প্রকাশ কৰি পঞ্জাব চৰকাৰে কয় যে ৰাজ্য চৰকাৰে সীমান্তত কৃষকসকলক সমবেত হ’বলৈ অনুমতি দিছে বুলি কোৱাটো সম্পূর্ণৰূপে ভুল কথা।

তদুপৰি পঞ্জাব চৰকাৰে দাবী কৰে যে হাৰিয়ানা আৰক্ষীয়ে কন্দুৱা গেছ, ৰবৰ বুলেট, ড্র’নৰ ব্যৱহাৰৰ উপৰি শাৰীৰিক শক্তি প্রয়োগ কৰাৰ বাবে ১৬০ জনতকৈ অধিক কৃষক আহত হৈছে। এই পৰিস্থিতিতো পঞ্জাৱ চৰকাৰে দায়িত্বসহকাৰে আইন-শৃংখলা বজাই ৰখা বুলি দাবী কৰে।

তথ্য অনুসৰি পঞ্জাৱ-হাৰিয়ানা সীমান্তত সমবেত হোৱা ১৪ হেজাৰ কৃষকৰ স’তে আছিল ১২শ টুলী, ট্রেক্টৰ আৰু অন্যান্য বাহন। দিল্লী চলো অভিযান পুনৰ আৰম্ভ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে পঞ্জাৱত আইন-শৃংখলাৰ পৰিস্থিতিৰ অবনতি ঘটা বুলি উদ্বেগ প্রকাশ কৰে আৰু ৰাজ্য চৰকাৰক কাৰ্যব্যবস্থা গ্রহণ কৰিবলৈ কয়। পঞ্জাবৰ মুখ্য সচিব অনুৰাগ বার্মাই ইতিমধ্যে প্ৰেৰণ কৰা পত্ৰত লিখিছে যে ৰাজ্য চৰকাৰে এই কথা কয় যে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে আগদিনা প্ৰেৰণ কৰা কোনো নির্দেশ তেওঁলোকে পোৱা নাই।

এই নির্দেশত কৃষকসকলক পথত ট্রেক্টৰ-টুলী ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে। মুখ্য সচিবৰ পত্ৰত উল্লেখ যে এই নির্দেশ ন্যায়ালয়ৰ ৱেবছাইটতো আপলোড কৰা হোৱা নাছিল। বার্মাই আঙুলিয়াই দিয়ে যে দিল্লী অভিমুখী প্রতিবাদী কৃষকসকলক পঞ্জৱ আৰু হাৰিয়ানা সীমান্তত বাধা দিয়া হৈছে। হাৰিয়ানা আৰক্ষীয়ে ব্যৱহাৰ কৰা এই পর্যন্ত ১৬০তকৈ অধিক কৃষকে কন্দুৱা গেছৰ শেল, ৰবৰ বুলেট, ড্র’ন আৰু শাৰীৰিক শক্তি প্রয়োগৰ বাবে আহত হৈছে।

আনকি ইয়াৰ পাছতো পঞ্জাৱ চৰকাৰে দায়িত্বসহকাৰে আইন-শৃংখলা বজাই ৰাখিছে বুলি পত্ৰত এই দাবী কৰে। কৃষকসকলৰ প্রতি অধিক সহানুভূতি প্রদর্শন কৰিবলৈ আহ্বান জনাই মুখ্য সচিবজনে কয় যে প্রতিবাদকালত অধিক সংবেদনশীলতাৰে আইন-শৃংখলা পৰিস্থিতি মোকাবিলা কৰিব লাগে কিয়নো পঞ্জাৱ এখন সীমান্ত ৰাজ্য।

পত্ৰত পঞ্জাৱ চৰকাৰে কয় যে তেওঁলোকে আলোচনাৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। পঞ্জাৱৰ মুখ্যমন্ত্রী ভগবান মানে কেন্দ্র, আৰু কৃষকসকলৰ মাজত চাৰিখন বৈঠকৰ তিনিখনত অংশ লোৱা বুলি পত্ৰত উল্লেখ কৰা হয়। তদুপৰি তেওঁ নিজে উপস্থিত থাকিব নোৱৰা বৈঠকখনলৈ কেবিনেট মন্ত্রী আৰু শীর্ষ বিষয়াক প্ৰেৰণ কৰে।

পত্ৰত কেবিনেট সচিবজনে লিখিছে যে ডিআইজি পর্যায়ৰ আইপিএছ বিষয়া আৰু পঞ্জাৱৰ প্ৰভিঞ্চিয়েল আৰক্ষী সেৱা বিষয়াসকলে শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ কাম কৰি আছে। তেওঁ কয়, ‘আমি অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু প্রয়োজন হ’লে পদক্ষেপ গ্রহণ কৰিম।’

ইপিনে, শম্ভু সীমান্তত প্রতিবাদী কৃষকৰ বিৰুদ্ধে কন্দুৱা গেছ প্রয়োগ কৰা হয়। মাটি কঢ়িওবা যন্ত্র লৈ শাৰী শাৰীকৈ থিয় হোৱা কৃষকৰ স’তে সন্মুখা-সম্মুখীকৈ হাৰিয়ানা আৰক্ষীয়ে কৃষকসকলক লৰচৰ নকৰিবলৈ সকীয়নি দিয়ে। হাৰিয়ানা আৰক্ষীয়ে ‘আইন-কানুন নমনা উপাদান’ বুলি উল্লেখ কৰি সকীয়নি দিয়ে আৰু আলোচনা হাইজেক কৰিবলৈ চেষ্টা কৰা বুলি কয়। ইপিনে, কৃষিমন্ত্রী অর্জুন মুণ্ডাই পঞ্চমলানি আলোচনাৰ বাবে আমন্ত্রণ জনাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Protesting FarmersSuspended Delhi Chalo MarchTwo Days
publisher

publisher

Related Posts

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !
India

Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

May 10, 2025
National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ
News

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

May 10, 2025
Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d