Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul bharat Jodo nyay Yatra:অসমত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ

যোৰহাটত প্ৰশাসনৰ বাধা ওফৰাই আগবাঢ়িল, গড়আলিৰে প্ৰশাসনত হাহাকাৰ, গোচৰ ৰুজুৰ প্ৰস্তুতি একাধিক সমাৱেশত ভাষণ' নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰাহুল,সত্ৰত কণমানি ভাওনাৰ আখৰা দেখি অভিভূত

publisher by publisher
January 19, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Rahul bharat Jodo nyay Yatra:অসমত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

Rahul bharat Jodo nyay Yatra:

মণিপুৰ আৰু নগালেণ্ডত যাত্রা সামৰি অসমত প্ৰৱেশ কৰিয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত দেশবাসীয়ে সন্মুখীন হোৱা বিভিন্ন ক্ষেত্ৰৰ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ সন্ধান দিবলৈ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে যোৱাকালি পুৱা হালোৱাটিং হৈ অসমত প্ৰৱেশ কৰি শিৱসাগৰ আৰু যোৰহাটত লাভ কৰে বিভিন্ন স্তৰৰ জনতাৰ ব্যাপক সঁহাৰি।

ADVERTISEMENT

স্বাভাৱিকতে অসমত প্ৰৱেশ কৰিয়ে ৰাজ্যখনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠে কংগ্রেছ নেতাজন। যোৰহাটত নেহক পাৰ্কত যাত্ৰাৰ সময়তে সমবেত ৰাইজক উদ্দেশি কংগ্রেছ নেতাজনে আজি তীক্ষ্ণ সমালোচনা কৰে ৰাজ্যৰ বিজেপি চৰকাৰখনক।

ইফালে, যোৰহাট চহৰত আজি অনুমতি বিচৰা পথত প্রশাসনে যাত্রা অগ্ৰসৰ হোৱাত অনুমতি দিয়াব পৰা বিৰত থকাৰ পাছত ন্যায় যাত্ৰাৰ বৃহৎ সমদলে প্রশাসনৰ বাধা নেওচি মৰিয়নিৰ পৰা গড়আলি হৈ এ টি ৰোডেৰে অগ্রসৰ হয়। প্রশাসনৰ অনুমতি অবিহনে এনেদৰে যাত্রা অগ্ৰসৰ হোৱাত অস্বস্তিত পৰিছে যোৰহাট জিলা প্রশাসন।

উল্লেখ্য যে যোৰহাটত প্রৱেশৰ পাছতে নেহৰু পাৰ্কৰ যজ্ঞ মন্দিৰৰ সমীপত ডেৰ সহস্রাধিক দলীয় সমর্থকক উদ্দেশি ‘দিয়া ভাষণত বাহুল গান্ধীয়ে অসমৰ বাইজৰ সমস্যাসমূহ দেশবাসীক অবগত কৰিব বুলি মন্তব্য কৰি কয়, ‘অসমকে ধৰি দেশৰ সকলোতে ভীষণ অন্যায় হৈ আছে, সেয়ে কংগ্রেছে ন্যায় যাত্রা আবন্ত কৰিছে। দেশত আজি ৰাজহুৱা খণ্ডৰ উদ্যোগ ধ্বংস হৈ গৈছে।

ইয়াৰ বাবে সর্বাধিক ক্ষতিৰ সম্মুখীন হৈছে দেশৰ যুৱক-যুৱতীসকল। দেশ ধ্বংসব দিশেৰে গতি কৰিছে। ।দেশক উদ্ধাৰ কৰিব পাৰিব একমাত্র কংগ্ৰেছেহে। কংগ্রেছ শাসনলৈ আহিলে ধ্বংস হোৱা উদ্যোগ খণ্ডৰ পুনৰুদ্ধাৰ কৰিব। নিবনুবা যুৱক-যুৱতীক কর্ম সংস্থাপন প্রদান কৰা হ’ব।’

লক্ষ্যণীয় যে ভাষণ প্রসংগতে কংগ্রেছ নেতাজনে আজি আক্রমণাত্মক হৈ পৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। ড° শর্মাক দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী বুলি অভিহিত কৰি কংগ্রেছৰ যুৱৰাজজনে কয়, ‘অসমৰ মুখ্যমন্ত্রীজন এতিয়া দেশৰ ভিতৰতে সর্বাধিক দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী। কেবল তেওঁৱে নহয়, তেওঁৰ সমস্ত পৰিয়াল, ল’ৰা-ছোৱালী, পত্নীও কোনোবা নহয় কোনোবা কেলেংকাৰিত জড়িত হৈ আছে। তেওঁলোকে টকাৰে অসমৰ মানুহক ক্রয় কৰিব পাৰিব বুলি ভাবিছে। সেয়া সন্তব নহয়, অসমৰ মানুহ তেওঁলোকৰ ওচৰত বিক্ৰী যোৱা মানুহ নহয়।’ প্ৰশাসনৰ বাধা ওফৰাই গড়আলিৰে আগবাঢ়িল ৰাহুল গান্ধীৰ ন্যায় যাত্রা ৷

প্রশাসনৰ বাধা ওফৰাই মৰিয়নিৰ পৰা নিমাতী অভিমুখে যাত্রা কৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাই যোৰহাট নগৰ অতিক্রম কৰে। বিয়লি প্রায় ৪-৩০ বজাত যোৰহাট নগৰত উপস্থিত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাক জিলা প্রশাসনে নির্ধাৰিত কৰি দিয়া কে বি ৰোডৰ পৰিবর্তে গড়আলিৰে গতি কৰে। পূর্ব নির্ধাৰিত পথ পৰিহাৰ কবি ব্যস্ত গড়আলিৰে ৰাহুল গান্ধীৰ বৃহৎ সংখ্যক গাড়ীৰে পৰিবেষ্টিত কনভয় আগবঢ়াত হাহাকাৰ লাগে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজত।

উল্লেখ্য যে সমদলৰ বাবে কংগ্ৰেছে গড়আলি হৈ এ টি ৰোড বিচাৰিছিল যদিও যান-জঁটৰ অজুহাত দেখুৱাই যি -প্রশাসনে অনুমতি দিয়া নাছিল। এই লৈ কংগ্রেছৰ তৰফৰ পৰা প্রতিক্রিয়া প্রকাশ কৰি জিলা প্রশাসনৰ ভূমিকাক সমালোচনা কৰিছিল, কিন্তু কোনেও ভবা নাছিল যে ন্যায়ৰ হকে যাত্রা আৰম্ভ কৰা ৰাহুল গান্ধীৰ সমদলে পূর্ব নির্ধাৰিত পথ পৰিহাৰ কৰিব আৰু গড়আলি হৈ যাত্রা কৰিব।

হঠাতে শতাধিক বাহন আৰু সহস্রাধিক সমর্থকক লৈ মৰিয়নিৰ পৰা গড়আলিবে যোৰহাট নগৰত সোমোৱা সমদল পিডব্লিউডি পইন্টৰ পৰা কে বি ৰোডেৰে নগৈ পোনে পোনে আগবাঢ়ে। ফলত সন্ধিয়া সময়ত সাধাৰণতে ভিৰঘটা গড়আলিত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়।

বৃহৎ সংখ্যক গাড়ীৰে গঠিত যাত্ৰাৰ গতিও সামান্য স্থবিৰ হৈ পৰে যদিও এটা সময়ত তীব্র যান-জঁট নেওচি এ টি ৰোড হৈ বৰুৱা চাৰিআলিত উপস্থিত হয়। এই যাত্ৰাত ভিৰৰ ফলত ঠেলা হেঁচাত কে’বাজনো লোক সামান্যভাবে আঘাতপ্রাপ্ত হৈছে। দুই-এখন বাহনো ক্ষতিগ্রস্ত হোৱা বুলিও সূত্রই জনাইছে। অৱশ্যে আৰক্ষীৰ হাতত এই পর্যন্ত তেনে কোনো খবৰ নাই বুলি ‘দৈনিক অগ্রদূত’ক জনাইছে।

ইপিনে ,আজি পুৱাভাগত ফেৰিৰে মাজুলীত উপস্থিত হৈ ৰাহুল গান্ধীয়ে নদীদ্বীপৰ সত্ৰ সংস্কৃতি দেখি অভিভূত হয় ৷ কংগ্ৰেছ নেতা গৰাকী এপিচিচিৰ সভাপতি ভূপেন বৰাৰ স’তে আউনীআটী সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ ড:পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰি তেওঁৰ স’তে মতবিনিময় কৰে ৷ সত্ৰাধিকাৰ গৰাকীয়ে নেতা গৰাকীক পৰম্পৰাগত ভাৱে সত্ৰৰ কিছু সামগ্ৰী প্ৰদান কৰে ৷

উল্লেখ্য যে,সত্ৰতে তিনিবছৰীয়া কণমানি দেৱাশীষ চুতীয়াৰ ভাওনা আখৰা দেখি আপ্লুত হয় ৰাহুল গান্ধী ৷ কণমানিটিক কোলাত বহুৱাই তেওঁৰ স’তে কিছু সময় কটাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharat Jodo Nyay YatraMAJULIRahul GandhiSri Sri Auniati Satra
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d