Jorhat:
আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই সমগ্ৰ ৰাজ্যজুৰি ঘোচখোৰৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ থকাৰ মাজতে আজি উৎকোচ লৈ পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৷
ইতিমধ্যে ঘোচখোৰ কনিষ্ঠ সহায়িকা গৰাকীক অধিক তথ্য বাবে জেৰা অব্যাহত ৰাখিছে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৷