Rain is expected in Assam:আজি নিশা অসমত বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্রই সদৰি কৰে এই তথ্য

rain

Rain is Expected in Assam:

ফাগুন বতৰত ধূলিময় হৈ পৰিছে ৰাজ্যৰ চৌদিশে ৷ ইয়াৰ মাজতে এক ভাল খৱৰ কঢ়িয়াইছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই

আজি সন্ধিয়াৰ পৰাই ৰাজ্যৰ উজনি আৰু বৰাক উপত্যকাৰ জিলা কেইখনত বিজুলী-ঢেৰেকণিৰে হ’ব পাৰে বৰষুণ

উজনি অসমৰ যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলীৰ লগতে বৰাকৰ কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই ৷

অৱশ্যে গুৱাহাটী সহ নামনি অসমত বৰষুণ হোৱাৰ সম্ভাৱনা কম বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্রই ৷

Exit mobile version