BPF Announces Candidates for Kokrajhar And Darang- Odalguri:বিপিএফৰ কোকৰাঝাৰ আৰু দৰং- ওডালগুৰিৰ প্ৰাৰ্থী নাম ঘোষণা

কোকৰাঝাৰত খাম্পা বৰগয়াৰী আৰু দৰং- ওডালগুৰিৰ দুৰ্গা দাস বড়ো, দুই প্ৰাৰ্থীৰ নাম ঘোষণাবিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

bpf 1

BPF Announces Candidates for Kokrajhar And Darang- Odalguri:

লোকসভা নিৰ্বাচন দিন ঘোষণা কৰাৰ প্ৰাকমুহূৰ্তত আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দুই সংসদীয় সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

সেই অনুসৰি বিপিএফ দলৰ কোকৰাঝাৰৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী আৰু দৰং- ওডালগুৰিৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো

উল্লেখ্য যে,খাম্পা বৰগয়াৰী বিটিচিৰ প্ৰাক্তন উপ- মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ বিপৰীতে দুৰ্গা দাস বড়ো কলাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক ৷

Exit mobile version