Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Complete 1st List of BJP’s 195 Candidates For Lok Sabha Polls:বিজেপিয়ে ঘোষণা কৰিলে ১৯৫ প্ৰাৰ্থীৰ নাম

অসমৰ ১১প্ৰাৰ্থীৰো নাম ঘোষণা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ পাঁচ প্ৰাৰ্থীৰ নাম কৰ্তন

publisher by publisher
March 2, 2024
in Assam, India, News
Reading Time: 1 min read
0
Complete 1st List of BJP’s 195 Candidates For Lok Sabha Polls:বিজেপিয়ে ঘোষণা কৰিলে ১৯৫ প্ৰাৰ্থীৰ নাম
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Complete 1st List of BJP’s 195 Candidates For Lok Sabha Polls:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত আজি শাসকীয় বিজেপি দলে ১৯৫ প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰে ৷ দিল্লীৰ বিজেপিৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা বিনোদ তাউৰে ৷

ADVERTISEMENT

এই তালিকাত অসমৰ এঘাৰ প্ৰাৰ্থীৰ নামে স্থান লাভ কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ পাঁচ প্ৰাৰ্থীৰ নাম কৰ্তন কৰা হয় ৷ ডিব্ৰুগড়ত টিকট লাভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

আনহাতে টিকটৰ পৰা বঞ্চিত হ’ল শিলচৰৰ সাংসদ ডা:ৰাজদ্বীপ ৰয়,গুৱাহাটীৰ কুইন ওজা,তেজপুৰৰ পল্লৱলোচন দাস,ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, ডিফুত হৰেন সিং বে৷

আজি ঘোষিত তালিত স্থান লাভ কৰা অসমৰ এঘাৰ সৌভাগ্য প্ৰাৰ্থী হ’লগুৱাহাটীত বিজুলি কলিতা মেধি, কৰিমগঞ্জত কৃপানাথ মাল্লা,শিলচৰত পৰিমল শুক্লবৈদ্য,দৰং- ওদালগুৰিত দিলীপ শইকীয়া, ডিফুত অমৰছিং তি’ছ,ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, লখিমপুৰত প্ৰদান বৰুৱা,যোৰহাটত তপন গগৈ, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা,নগাঁৱত সুৰেশ বৰা, শোণিতপুৰত ৰঞ্জিত দত্ত ৷

উল্লেখ্য যে,আজি বিজেপিৰ ঘোষিত ১৯৫ প্ৰাৰ্থীৰ তালিকাত স্থান লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(বাৰাণসী) ,লোকসভাৰ অধ্যক্ষ ঔম বিৰলা সহ দুজন সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ৷ তালিকা খনত স্থান দিয়া হয় সকলো জাতি- জনজাতিক ৷

সেই অনুসৰি,২৮ গৰাকী মহিলা,৫০ উৰ্ধৰ ৪৭ জনক,যুৱবৰ্গৰ ৪৭ জনক,অনুসূচিত জাতি ২৭ জনক,অনুসূচিত জাতিৰ ২৭ জনক আৰু অবিচিৰ ২৮ জনক ৷

আনহাতে আজি ঘোষিত ১৯৫ সংসদীয় সমষ্টি সমূহৰ ভিতৰত উত্তৰ প্ৰদেশত ৫১,পশ্চিমবংগ ২৬,মধ্য প্ৰদেশ ২৪,গুজৰাট ১৫,ৰাজস্থান ১৫,কেৰেলা ১২,তেলেংগানা ৯,অসম ১১,ঝাৰখণ্ড ১১,ছত্তিছগড় ১১,দিল্লী ৫,জম্মু-কাশ্মীৰ ২ উত্তৰাখাণ্ড ৩,অৰুণাচল প্ৰদেশ ২,গোৱা ১,ত্ৰিপুৰা ১ আন্দামান ১,দমন দিও ১ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 195 Candidatebjp Has Announcedbjp NATIONAL HQ
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d