Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress -Bpf Alliance:কলিতেই মৰহিলে কংগ্ৰেছে-বিপিএফৰ মিত্ৰতা

অহা সপ্তাহত প্ৰকাশ পাব বিপিএফৰ প্ৰাৰ্থী তালিকা, বিপিএফক সমৰ্থন দিব বিচাৰিলে দুৱাৰ খোলা আছেঃ ৰিহন

publisher by publisher
March 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Congress -Bpf Alliance:কলিতেই মৰহিলে কংগ্ৰেছে-বিপিএফৰ মিত্ৰতা
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Congress -Bpf Alliance:

বিগত দুদিন পূৰ্ৱে গুৱাহাটীৰ এখন গোপন হোটেলত কংগ্ৰেছ আৰু বিপিএফ দলৰ নেতা-কৰ্মীৰ মাজত হোৱা গোপন বৈঠকৰ বিষয়টো আজি মুকলিকৈ প্ৰকাশ কৰিলে বৈঠকত উপস্থিত দুই বিপিএফ নেতা ক্ৰমে ৰিহন দৈমাৰী আৰু দূৰ্গা দাস বড়োৱে।

ADVERTISEMENT

আজি ওদালগুৰিত বিষয়টো সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰাক্তন মন্ত্ৰী তথা বিপিএফ নেতা ৰিহন দৈমাৰীয়ে কয় ,”কংগ্ৰেছ দলটোৱে বিপিএফৰ সৈতে আলোচনা কৰাটো বিচাৰিছিল বাবে আমি আলোচনাত বহিছিলো।

কংগ্ৰেছ দলৰ নেতৃত্ব‌ই আমাক বিৰোধী গোটবন্ধনত চামিল হোৱাৰ প্ৰস্তাৱ দিছিল যদিও আমি একেমুখে এই প্ৰস্তাৱ নাকচ কৰিছো। আলোচনা কৰাটো কোনো ভুল কথা নহয়। আমি যিহেতু এটা সৰু দল, গতিকে আমি আমাৰ প্ৰাৰ্থীৰ সমৰ্থনত আলোচনাত বহাটো কোনো ভুল কথা নহয়।

যিহেতু আমি বিপিএফে নিজাবৱীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম সেয়েহে আমাৰ প্ৰাৰ্থীগৰাকীক কেনেদৰে জয়ী কৰি আনিব পাৰো সেইটো চেষ্টা কৰিম। আমাৰ কাৰো লগত শত্ৰুতা নাই। আমাক কোনোৱাই সমৰ্থন দিব বিচাৰিলে আমি মানি লম। ইতিমধ্যে বিপিএফৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লৈছো যে দৰং-ওদালগুৰি লোকসভা সমষ্টিত আমি প্ৰাৰ্থী দিমেই, গতিকে সমষ্টিটোত কাকো এৰি দিয়াৰ প্ৰশ্ন নাই।

এইবাৰ ৰাইজে বিচাৰিছে যে বিটিআৰৰ ৰাইজৰ সমস্যা সমাধান তথা সৰ্বাঙ্গীন উন্নয়ণৰ বাবে এগৰাকী স্থানীয় প্ৰাৰ্থীৰ প্ৰয়োজন আছে, সেয়েহে ৰাইজে এইবাৰ বিপিএফ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি জয়ী কৰাব।” ইফালে কংগ্ৰেছৰ সৈতে হোৱা সভাত উপস্থিত থকা বিপিএফৰ বিধায়ক তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফৰ সাম্ভাব্য প্ৰাৰ্থী দূৰ্গা দাস বড়োৱে এই সন্দৰ্ভত কয় “বিপিএফে একলা চলো নীতিৰে আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হব।

কোনো দলৰ সৈতে বিপিএফৰ মিত্ৰতা নহয়। যদিহে কোনো দলে বিপিএফৰ প্ৰাৰ্থীক সমৰ্থন দিব বিচাৰে তেন্তে দিব পাৰে। কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ বিপিএফ দল অৱতীৰ্ণ হব।

যোৱা ২০ বছৰে মঙ্গলদৈ লোকসভা সমষ্টিটো বহু যুদ্ধ কৰিও কৰিও কংগ্ৰেছে নিজৰ হাতলৈ নিবলৈ সক্ষম নহ’ল। কেতিয়াৱা এ‌আইইউডিএফেৰে যদি মিত্ৰতা কৰিছিল, কেতিয়াৱা আকৌ বিপিএফেৰে মিত্ৰতা কৰিছিল কংগ্ৰেছৰে।

তথাপি যিহেতু আজিলৈ জয়ী হব নোৱাৰিলে, গতিকে কংগ্ৰেছ দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন দিয়ক।” বিপিএফ দলৰ প্ৰাৰ্থী তালিকাখন ১১ মাৰ্চত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যদিও কংগ্ৰেছৰ ইচ্ছা থকা স্বত্বেও এতিয়া বিপিএফেৰে মিত্ৰতা কলিতেই মৰহি যোৱাৰ উপক্ৰম হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFCongressCongress -Bpf Alliance
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d