Jorabat Police out post ASI to Reserve Clause:চোৰাং গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত

যোৰাবাট আৰক্ষী চকীৰ এএছ আইক মতেলব আলীক ৰিজাৰ্ভ ক্ল'জ

asi

Jorabat Police out post ASI to Reserve Clause:

মহানগৰীৰ পাশ্বৱৰ্তী যোৰাবাট আৰক্ষী চকীৰ সহকাৰী উপ- পৰিদৰ্শক মতেলব আলীক ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশনা জাৰি মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ ৷

উল্লেখ্য যে, এএছআই আলীৰ বিৰুদ্ধে গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগৰ লগতে কৰ্তব্যত গাফিলতিৰো অভিযোগ উদ্থাপিত হৈছিল ৷

যাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় তদন্তৰ আওতাত আনি আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এএছআইজনক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ৰিজাৰ্ভ ক্ল’জ কৰা হয় ৷

Exit mobile version