List of remuneration fixed by artists during Rangali Bihu:
নঙলামুখত বাপোতিসাহোন ৰঙালী বিহু ৷ মঞ্চ বিহু লৈ সাজু ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতি সমূহ ৷ একেদৰে মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে জনপ্ৰিয় কন্ঠ শিল্পী সকল ৷
এইবাৰ বিহুত গীত পৰিৱেশৰ বাবে শিল্পীসকলে ধাৰ্য কৰা মাননিৰ তালিকা :
এইবাৰ মঞ্চত গীত পৰিৱেশনৰ বাবে এইবাৰ আটাইতকৈ বেছি মাননি ধাৰ্য কৰিছে অংগৰাগ পাপন মহন্তই ৷ তেওঁৰ মাননি হ’ল – ১০-১২ লাখ ৷ আনহাতে দ্বিতীয় সৰ্বাধিক মাননি ধাৰ্য কৰিছে জুবিন গাৰ্গে । তেওঁৰ মাননি হ’ল ১০-১২ লাখ ৷
তাৰ পিছত একাদিক্ৰমে আচুৰ্য্য বৰপাত্ৰ- ৭-৮ লাখ
নীল আকাশ-৬-৭ লাখ
শংকুৰাজ- ৫-৬ লাখ
দীক্ষু- ৩.৫-৪ লাখ
মন্টুমণি-৩-৩.৫ লাখ
কুসুম কৈলাশ-৩.৪-৪ লাখ
ৰাকেশ ৰিয়ান- ৩.৪-৪ লাখ
ভৃগু কাশ্যপ- ৩-৪ লাখ
কৃষ্ণমনি চুতীয়া ৩-৩.৫০ লাখ
মৌচম গগৈ-২.৩-৩ লাখ
জুবলি- ৪-৫ লাখ
সুবাসনা দত্ত- ৩.৫-৫ লাখ
প্রিয়ংকা ভৰালী- ৩.৫-৫ লাখ
বর্ণালী কলিতা- ৩.৫-৪ লাখ
দীপলিনা- ৩-৪ লাখ
ৰূপম ভূঞা ২-২.৫০ লাখ
ৰিছা ভৰদ্বাজ ২.৫০-৩.৫০ লাখ
নির্মালী দাস- ২-৩.৫ লাখ
ময়ূৰী দত্ত- ৩-৩.৫ লাখ
বিপিন চাওদাং ২-৩ লাখ