Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দূৰ্গম কাৰ্বিপাহাৰৰ গ্ৰাম্য ক’ভিড যুঁদ্ধা ‘হেনছেক দাদা’ৰ প্ৰশংসনীয় কাৰ্য

ৰঙামাটিৰ ৰঙাগড়াত পদুলিয়ে পদুলিয়ে 'ন’ মাস্ক ন’ এণ্ট্ৰী’

publisher by publisher
June 7, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
দূৰ্গম কাৰ্বিপাহাৰৰ গ্ৰাম্য ক’ভিড যুঁদ্ধা ‘হেনছেক দাদা’ৰ প্ৰশংসনীয় কাৰ্য
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

’আমিটো পাহাৰৰ মানুহ, আমাৰ বেমাৰ লাগিলে কোনে চাব? কোনে নিব আমাক আঁতৰৰ হস্পিতাললৈ? সেইবাবেই নিজেই নিজৰ সহায় হৈছো৷ সজাগ কৰিছো পাহাৰীয়া গাঁওখনৰ মানুহজাকক৷ ইহঁতো বাছি থাকক, ময়ো বাছি থাকো ৷’ এয়া দূৰ্গম কাৰ্বিপাহাৰৰ হেনছেক্ দাদাৰ কথা ৷

ADVERTISEMENT

কাৰ্বিআংলঙৰ দূৰ্গম পাহাৰৰ এজন নিৰৱ ক’ভিড যুঁদ্ধা বিদৰসিং হেনছেক্ ৷ মৰমতে তেঁওৰ সকলোৱে মতা নাম ’হেনছেক্ দাদা ’৷ পাহাৰীয়া কাৰ্বিআংলং জিলাৰ চুচেনধেন্টা সমষ্টিৰ ৰঙাগড়া বে’ গাঁৱৰ বাসিন্দা হেনছেক্ দাদা ৷

এইগৰাকী পাহাৰৰ সমাজহিতৈষী লোকে নিজ নঙলামুখৰ পৰাই আৰম্ভ কৰিছে ক’ভিডৰ বিৰুদ্ধে যুঁজ৷ নিজ নঙলামুখত নঙলা জপাই ইয়াৰ কাষতে তেওঁ কাঠৰ ফলকত লিখিছে- ‘ন’ মাস্ক-ন’ এণ্ট্ৰী’ ৷

ইয়াৰ লগতে কাঠেৰে সজা আন এখন কাঠৰ ফলকত চূণেৰে কাৰ্বি ভাষাতে তেওঁ লিখিছে- ’নন মালম কেদাম, কেবাং ছেৰে নাংজি, ক’ৰনা কেছ’৷ ’ ইয়াৰ অসমীয়া অৰ্থ হৈছে – ’অহা-যোৱাত সাৱধান, ক’ৰনা মহামাৰী হৈছে৷’

এয়া পাহাৰৰ মানুহ হিচাপে পৰিচিত হেনছেক দাদাৰ সজাগতাৰ অভিযান৷ পাহাৰীয়া জীৱনশৈলীৰে উঠা-বহা কৰা হেনছেক্ দাদাই খেতি-বাতি কৰিয়েই চলাই আহিছে পৰিয়ালটো ৷ এতিয়া চৌপাশে ক’ভিডৰ সংহাৰী ৰূপ ৷

সকলোতে সন্দেহ, ভয় শংকাই গ্ৰাস কৰিছে জনজীৱন৷ কিন্তু ইয়াৰ মাজতো এতিয়াও সজাগ নহয় নগৰীয়া সভ্যতাৰে খাপ খোৱা একাংশ তথাকথিত জ্ঞানবান লোক৷ কিন্তু ইয়াৰ বিপৰীতে একপ্ৰকাৰ দেৱৰ অগম্য খোজ কাঢ়িয়েই প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ কৰা কাৰ্বিপাহাৰৰ এই ছাৰপ’ বে’ গাৱঁৰ হেনছেক্ দাদাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷

পাহাৰৰ এই ৰঙাগড়া ছাৰপ’ বে’ গাঁৱত কোনো লোকে প্ৰৱেশ কৰিলে এই সময়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে এই হেনছেক্ দাদাই ৷ তেঁওৰ নিজ ঘৰৰ নঙলামুখৰ পৰাই এইগৰাকী সহজসৰল পাহাৰৰ দাদাই আৰম্ভ কৰিছে এই সজাগতা অভিযান ৷

ইয়াৰ লগতে ক’ভিডৰ সময়ত গ্ৰহণ কৰিবলগা আন আন সজাগতাসমূহো সম্পূৰ্ণৰূপে পালন কৰাটো বাধ্যতামূলক কৰা হৈছে অঞ্চলটোত ৷ সকলোতকৈ আকৰ্ষণীয় কথাটো হ’ল এই ছাৰপ’ গাঁৱত এতিয়ালৈকে প্ৰৱেশ কৰিব পৰা নাই কোনো চাৰিচকীয়া বাহন ৷

পাহাৰীয়া লুংলুঙীয়া পথেই জনজীৱনৰ একমাত্ৰ বহিঃজগতৰে যোগাযোগৰ মাধ্যম ৷ যুগে যুগে চৰকাৰী বঞ্চনাৰ বলি হোৱা অঞ্চলবাসীৰ বাবে আধুনিক বিশ বহু কথাই বৰ্তমানেও বহুত দূৰৈত ৷ পথ পানীৰ সমস্যাত বাৰুকৈয়ে ভাৰাক্ৰান্ত অঞ্চলটোৰ জনসাধাৰণ ৷

কিন্তু ইয়াৰ মাজতো এই জটিল সময়ত এনে সজাগতাৰ ছবিখনে ভৱাই তুলিছে তথাকথিত চহৰীয়া সভ্যতাৰ সোঁতত উটি যোৱা প্ৰতিজন লোকক ৷ গাঁওখনৰ বাহিৰৰ পৰা কোনোবা ইয়াৰ কোনো গৃহস্থীৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰিলে তেওঁ আজিৰ সময়ত সকলো ক’ভিড বিধি মনাতো বাধ্যতামূলক ৷

কোনো আৰক্ষীৰ লাঠিৰ কোবৰ ভয় বা সজাগতামূলক সংস্থাৰ প্ৰচাৰমূলক কাৰ্যৰ জৰিয়তে নহয়, এইগৰাকী হেনছেক্ দাদাৰ একক প্ৰচেষ্টাৰেই এতিয়া ক’ভিড যুঁদ্ধা হৈ উঠিছে সকলো ৷ গ্ৰাম্য ক’ভিড যোদ্ধা এইগৰাকী বিদৰসিং হেনছেক ৰঙাগৰা অঞ্চলবাসীৰ বাবে হৈ পৰিছে এক আদৰ্শ ৷

এওঁৰ তৎপৰতাতে সজাগ হৈ উঠিছে পাহাৰৰ জনতা ৷ হেনছেক্ দাদাৰ আশা-সকলোৰে এনে সজাগতাই বিশ্বৰ পৰা নিঃশেষ কৰিব ক’ভিডক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19KARBI ANGLONG
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d